ETV Bharat / state

গুৱাহাটীত কমিলনে ইন্ধনৰ দাম?

দেওবাৰেও মহানগৰীত হ্ৰাস পাইছিল পেট্ৰল-ডিজেলৰ দাম ৷ এই সন্দৰ্ভত ইটিভি ভাৰতে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আহিছে ৷

author img

By

Published : May 13, 2019, 10:46 AM IST

গুৱাহাটীত কমিলনে ইন্ধনৰ দাম?

গুৱাহাটী, 13 মে': গুৱাহাটীত সোমবাৰেও কমিল পেট্ৰ'ল-ডিজেলৰ দাম। পেট্ৰ'লত ৩১ পইচা আৰু ডিজেলত ১৩ পইচা হ্ৰাস।

সোমবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ দাম 70.92 টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম 66.42 টকা ৷ উল্লেখ্য যে দেওবাৰেও মহানগৰীত হ্ৰাস পাইছিল পেট্ৰল-ডিজেলৰ দাম ৷ এই সন্দৰ্ভত ইটিভি ভাৰতে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আহিছে ৷

গুৱাহাটীত পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস

Intro:আজিও কমিল পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰলত ৩১ পইচা আৰু ডিজেলত ১৩ পইচা।

Body:আজি পুনৰ হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য । পেট্ৰল ৩১ পইচা ডিজেলৰ ১৩ পইছাকৈ হ্ৰাস পালে। আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭০.৯২ (70.92) টকা আৰু ডিজেলৰ মূল্য ৬৬.৪২ (66.42)।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.