ETV Bharat / state

ভাৰত-ইংলেণ্ডৰ মহিলা দলৰ ক্ৰিকেট মেচ চাবলৈ বৰ্ষাপাৰাত দৰ্শকৰ ভিৰ - barshapara stadium

সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচ।

ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ ক্ৰিকেট
author img

By

Published : Mar 4, 2019, 2:11 PM IST

গুৱাহাটী, ৪ মাৰ্চ:পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছে মেচ। প্ৰথমাৱস্থাত দৰ্শকৰ উপস্থিতি সেৰেঙা আছিল যদিও এতিয়া দৰ্শকে ভিৰ কৰিছেহি ষ্টেডিয়ামত।

ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ ক্ৰিকেট
টছত জয়লাভ কৰি ভাৰতীয় দলে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই দৰ্শকৰ সংখ্যা কম হৈছিল যদিও এতিয়া ভাৰতীয় দলৰ বেটিং চাবলৈ বহু সংখ্যক দৰ্শক ষ্টেডিয়ামত উপস্থিত হোৱা পৰিলক্ষিত হৈছে।

ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ ক্ৰিকেট মেচ চাবলৈ বৰ্ষাপাৰাত দৰ্শকৰ ভিৰ

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হৈ আছে তিনিখন টি২০ মেচৰ প্ৰথমখন খেল। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত প্ৰথম অৱস্থাত দৰ্শকৰ উপস্থিতি সেৰেঙা আছিল যদিও এতিয়া দৰ্শক ভিৰ কৰিছে ষ্টেডিয়ামত। প্ৰথমখন টি২০ মেচত ভাৰতীয় দলে টছত জয়লাভ কৰে ফিল্ডিং কৰাৰ বাবে দৰ্শকৰ ভিৰ কমকৈ পৰিলক্ষিত হৈছিল যদিও ভাৰতীয় দলৰ বেটিং চাবলৈ দৰ্শক উপস্থিত হৈছে ষ্টেডিয়ামত।

SLUG: 
A_GHY_802_PEOPLE_AT_BARSHAPARA_STADIUM_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.