ETV Bharat / state

বনকৰা কিশোৰীক দ্বিতীয় মহলাৰ পৰা গতিয়ালে গৰাকীয়ে

author img

By

Published : Apr 25, 2022, 10:28 PM IST

মহানগৰীত সংঘটিত হৈছে আন এক জঘন্য কাণ্ড ৷ বনকৰা কিশোৰীক দ্বিতীয় মহলাৰ পৰা গতিয়াই দিলে ঘৰৰ গৰাকীয়ে (Teen made thrown from second floor in Guwahati) ৷ প্ৰায়েই অত্যাচাৰৰ বলি হৈ অহা বুলি অভিযোগ উত্থাপন কৰিছে বনকৰা কিশোৰীগৰাকীয়ে ৷

Teen made throws from from second floor in Guwahati
বনকৰা নাবালিকাক দ্বিতীয় মহলাৰ পৰা গতিয়ালে স্বত্বাধিকাৰীয়ে

গুৱাহাটী, ২৫ এপ্ৰিল: মহানগৰীৰ বেলতলাৰ ত্ৰিনয়ন নগৰত সোমবাৰে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । বন কৰা কিশোৰীক দ্বিতীয় মহলাৰ পৰা পেলাই দিলে গৰাকীয়ে । প্ৰায় পোন্ধৰ বছৰীয়া কিশোৰীগৰাকীক ঘৰৰ গৰাকীয়ে গতিয়াই পেলাই দিয়ে তললৈ (Teen made thrown from second floor in Guwahati)।

আট্টালিকাৰ পৰ পৰাৰ ফলত হাত, বুকু, পিঠি আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কিশোৰীগৰাকী (Minor girl thrown from second floor in Guwahati) ৷ আঘাতপ্ৰাপ্ত কিশোৰীগৰাকীক তৎকলীনভাৱে এজাইল হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে উন্নত চিকিৎসাৰ বাবে জি এম চি লৈ প্ৰেৰণ কৰা হয় । ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ পানেৰী হাটীগড়ত ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত ঘৰৰ গৰাকী বনশ্ৰী সৰকাৰ আৰু তেওঁৰ ভগ্নীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইফালে জানুৱাৰী মাহৰ পৰা বন কৰা কিশোৰীগৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰাৰ বাবে প্ৰায়েই কিশোৰীগৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ আনকি জানুৱাৰী মাহৰ পৰা এই পৰ্যন্ত বন কৰা কিশোৰীগৰাকীক মাত্ৰ এহেজাৰ টকাহে প্ৰদান কৰাৰ বিস্ফোৰক অভিযোগ কিশোৰী গৰাকীৰ ।

উল্লেখ্য যে, ঘৰখনৰ গৰাকী বনশ্ৰী সৰকাৰৰ স্বামী সেনাবাহনীত কৰ্মৰত । সম্প্ৰতি ৰাজস্থানত কৰ্মৰত হৈ আছে বনশ্ৰী চৰকাৰৰ স্বামী ।

লগতে পঢ়ক: সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.