গুৱাহাটী, 25 আগষ্ট : মহানগৰীৰ ৰাজগড়ৰ 6 নম্বৰ উপপথত দেওবাৰে মুকলি কৰা হয় এখন বিপণি । বিপণিখনত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব খাদ্য সামগ্ৰীৰ পৰা কছমেটিক সামগ্ৰীলৈ । বিপনী খনৰ মুকলি কৰে গুৱাহাটী মহানগৰ জিলা উদ্যোগ বিভাগৰ মহাপ্ৰৱন্ধক পংকজ কুমাৰ হাজৰিকাই । গ্ৰাহকক আকৰ্ষণৰ বাবে বিপণিখনৰ স্বত্বাধিকাৰীয়ে প্ৰতিটো সামগ্ৰীত নিৰ্ধাৰণ কৰিছে 5 শতাংশ ৰেহাই মূল্য ৷
মহানগৰীৰ ৰাজগড়ত বিপণি মুকলি - ৰাজগড়
খাদ্য সামগ্ৰীৰ পৰা কছমেটিক সামগ্ৰীলৈ উপলব্ধ হ'ব বিপণিখনত ৷
মহানগৰীৰ ৰাজগড়ত মুকলি বিপণি
গুৱাহাটী, 25 আগষ্ট : মহানগৰীৰ ৰাজগড়ৰ 6 নম্বৰ উপপথত দেওবাৰে মুকলি কৰা হয় এখন বিপণি । বিপণিখনত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব খাদ্য সামগ্ৰীৰ পৰা কছমেটিক সামগ্ৰীলৈ । বিপনী খনৰ মুকলি কৰে গুৱাহাটী মহানগৰ জিলা উদ্যোগ বিভাগৰ মহাপ্ৰৱন্ধক পংকজ কুমাৰ হাজৰিকাই । গ্ৰাহকক আকৰ্ষণৰ বাবে বিপণিখনৰ স্বত্বাধিকাৰীয়ে প্ৰতিটো সামগ্ৰীত নিৰ্ধাৰণ কৰিছে 5 শতাংশ ৰেহাই মূল্য ৷
Intro:মহানগৰীৰ ৰাজগড়ত মুকলি কৰা হল এখন বিপনী। বিভিন্ন সমগ্ৰীৰে পৰিপূৰ্ণ বিপনী খনত গ্ৰাহকৰ বাবে উপলব্ধ সকলো ধৰণৰ সামগ্ৰী। ৰাজগড়ৰ ৬নং উপপথৰ সমীপত মুকলি কৰা বিপনী খনত বজাৰ কৰাৰ বাবে এতিয়া ভিৰ কৰিছে স্থানীয় লোক।
Body:বিভিন্ন ধৰণৰ সমগ্ৰীৰে উপলব্ধ বিপনী খনত নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে এতিয়া গ্ৰাহকৰ ভিৰ। খোৱা খাদ্য সামগ্ৰীৰ পৰা কছমেটিক সামগ্ৰীলৈ উপলব্ধ এই বিপনীত। সকলো ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হোৱাৰ লগতে গ্ৰাহকৰ বাবে প্ৰতি সমগ্ৰীত 5 শতাংশ ৰেহাই মূল্য নিৰ্ধাৰণ কৰিছে বিপনী খনৰ গৰাকীয়ে।
Bite:-মালিক।
বিপনী খনৰ মুকলি কৰে গুৱাহাটী মহানগৰ জিলা উদ্যোগ বিভাগৰ মহাপ্ৰবন্ধক পংকজ কুমাৰ হাজৰিকাই।
Conclusion:এতিয়াৰ পৰা ৰাজগড়ৰ স্থানীয় বাসিন্দা সকলে ঘৰৰ কাষতে সকলো ধৰণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ পাব।