ETV Bharat / state

নুনমাটিত কোভিড-19ত আক্ৰান্ত সেনা জোৱান

author img

By

Published : Jun 17, 2020, 12:42 PM IST

দিনক দিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্তৰ ৰোগীৰ সংখ্যা । এইবাৰ গুৱাহাটী মহানগৰীত এজন সেনা জোৱানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ ।

নুনমাটিত এজন সেনা জোৱানৰ দেহত কোভিড-19 পজিটিভ

গুৱাহাটী,১৭জুনঃ গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক'ৰণা সংক্ৰমণ । তাৰমাজতে নুনমাটিত এজন সেনা জোৱানৰ দেহত কোভিড-19 ভাইৰাছ ধৰা পৰিছে । আক্ৰান্ত সেনা জোৱানজন নুনমাটিৰ ভৱাণীপুৰৰ বলীন শৰ্মা বুলি জানিব পৰা গৈছে ।

ইপিনে জোৱান জনৰ নাছিল কোনো ভ্ৰমণ কৰাৰ হিষ্ট্রি । আক্ৰান্ত সেনা জোৱানজন পানবজাৰৰ 240 Transit Camp ত কৰ্মৰত হৈ আছিল। জোৱানজন বিগত কেইবা দিনৰ পৰা ভুগি আছিল জ্বৰত। স্বাৱ টেষ্ট কৰাত জোৱান জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ । তাৰ পিছতেই স্বাস্থ্য বিভাগৰ লোকে জোৱান জনক GMCH লৈ প্ৰেৰণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.