ETV Bharat / state

ফাঁচীবজাৰত বিদেশী চিগাৰেটসহ এজনক আটক - জব্দ

নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰ সন্দৰ্ভত বৃহস্পতিবাৰে ফাঁচীবজাৰ আৰক্ষীয়ে আটক কৰে এজনক ৷ আৰক্ষীৰ অভিযানত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা জব্দ হয় নিচাযুক্ত সামগ্ৰীৰ লগতে বহুসংখ্যক বিদেশী চিগাৰেট ৷

ফাঁচীবজাৰ
আটক এক
author img

By

Published : Jan 3, 2020, 4:34 AM IST

গুৱাহাটী,2 জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰ সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে এজনক ৷ প্ৰাপ্ত তথ্য অনুসৰি,মহানগৰীৰ ফাঁচীবজাৰত এক সূত্ৰৰ পম খেদি আৰক্ষীয়ে এক অভিযান চলায় ৷ পোখৰাজ ট্ৰেডাৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত চলে এই অভিযান ।

পোখৰাজ ট্ৰেডাৰ্চত আৰক্ষীৰ অভিযান

সদৌ অসম একত্ৰিত যুৱ পৰিষদে ব্যৱসায়িক প্ৰতিষ্ঠানখনত দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰী বিক্ৰী হৈ থকাৰ বিষয়ে অভিযোগ দিছিল ফাঁচীবজাৰ আৰক্ষীক । এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা জব্দ হয় নিচাযুক্ত সামগ্ৰীৰ লগতে বহুসংখ্যক বিদেশী চিগাৰেট ৷ ঘটনা সংক্ৰান্তত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অভয় জৈনক আৰক্ষীয়ে আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ।

লগতে চাওকঃঅসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ

Intro:গুৱাহাটী মহানগৰীৰ ফেঞ্চিবজাৰত মহানগৰ আৰক্ষীৰ অভিযান। পোখৰাজ ট্ৰেডাৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এখনত চলিল এই অভিযান। সদৌ অসম একত্ৰিত যুৱ পৰিষদে ব্যৱসায়িক প্ৰতিষ্ঠানখনত দীৰ্ঘদিন ধৰি অবৈধ নিচাযুক্ত সামগ্ৰী বিক্ৰী হৈ থকাৰ অভিযোগ দিছিল ফাচীবজাৰ আৰক্ষীক। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলাই। অভিযানত জব্দ হয় বহুটো বিদেশী চিগাৰেট আৰু নিচাযুক্ত সামগ্ৰী। উল্লেখযোগ্য যে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী অভয় জৈনক আৰক্ষীয়ে আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.