ETV Bharat / state

মঙলবাৰে গুৱাহাটীত অব্যাহত থাকিব কেবৰ চলাচল - কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ইব্ৰাহিম আলী

অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ স্পষ্টীকৰণ মঙলবাৰে মহানগৰীত বন্ধ নহয় অলা-উবেৰৰ চলাচল ৷ একাংশ চালকে অসাংগঠনিক ভাৱে কেব বন্ধ ঘোষণা কৰিছে যদিও এই বন্ধৰ লগত অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন কোনো পধ্যে জড়িত নহয় বুলিও স্পষ্ট কৰি দিয়ে স্পষ্টীকৰণৰ জৰিয়তে ৷

ola And uber cab does not stop in Guwahati for tomorrow
কাইলৈ গুৱাহাটীত বন্ধ নহয় কেবৰ চলাচল
author img

By

Published : Dec 14, 2020, 8:40 PM IST

গুৱাহাটী, 14 ডিচেম্বৰ : গুৱাহাটী মহানগৰীত মঙলবাৰে বন্ধ নহয় অলা-উবেৰৰ চলাচল। অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ তৰফৰ পৰা সোমবাৰে এক স্পষ্টীকৰণ যোগে সদৰি কৰে এই কথা ৷ লগতে কয় যে, সংগঠনটোৰ কেইজনমান কেব চালকে অসাংগঠনিক ভাৱে কেব বন্ধ ঘোষণা কৰিছে ৷ লক ডাউনৰ সময়চোৱাত অলা-উবেৰ কৰ্তৃপক্ষৰ বঞ্চনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰি এদিনৰ বাবে কেব চলাচল বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল একাংশ চালকে ৷

কাইলৈ গুৱাহাটীত বন্ধ নহয় কেবৰ চলাচল

কিন্তু অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে এই বন্ধৰ তীব্ৰ বিৰোধিতা কৰি বন্ধক সমৰ্থন নকৰিবলৈ আহ্বান জনোৱাৰ লগতে, এই বন্ধৰ লগত অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন কোনো পধ্যে জড়িত নহয় বুলিও স্পষ্ট কৰি দিয়ে সংস্থাটোৰ সভাপতি ইব্ৰাহিম আলীয়ে ৷

লগতে পঢ়ক:বিটিচিৰ নতুন পৰিষদৰ শপতগ্ৰহণৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.