ETV Bharat / state

প্ৰসংগ NRC : কি সিন্ধান্ত গ্ৰহণ কৰা হ'ল মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বৈঠকত ? - assam nrc

NRC ৰ চূড়ান্ত তালিকা প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি চোকা নজৰ ৰাখিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৷ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত ৷

কি সিন্ধান্ত গ্ৰহণ কৰা হ'ল মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বৈঠকত?
author img

By

Published : May 20, 2019, 9:18 PM IST

গুৱাহাটী, 20 মে' : 31 জুলাইত প্ৰকাশ পাব NRC ৰ চূড়ান্ত তালিকা ৷ এই প্ৰক্ৰিয়াত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক বাদ পৰি নাযায় তাৰ প্ৰতি চৰকাৰে চোকা দৃষ্টি ৰখা বুলি ৰাজধানী দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিঙেৰে সৈতে হোৱা বৈঠকত ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ গুৱাহাটীৰ শেহতীয়া গ্ৰেনেড বিস্ফোৰণক লৈও বৈঠকত গৃহমন্ত্ৰীৰে আলোচনা কৰে সৰ্বানন্দ সোণোৱালে ৷ বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত আৰু শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰিব খোজা কোনো শক্তিকেই ৰেহাই নিদিয়ে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কি সিন্ধান্ত গ্ৰহণ কৰা হ'ল মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বৈঠকত?

দিল্লীৰ নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক ৷ বৈঠকত গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গ ৷ উপস্থিত আছিল কেন্দ্ৰীয় গৃহ সচিব জে এছ চৈনী, ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাও ৷

Intro:### NRC ৰ চুড়ান্ত তালিকা প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি চোকা নজৰ ৰাখিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে

### দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত

### 31 জুলাইত প্ৰকাশ পাব NRC ৰ চুড়ান্ত তালিকা

### এই প্ৰক্ৰিয়াত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক বাদ পৰি নাযায় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে চৰকাৰে

### বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

### গুৱাহাটীৰ শেহতীয়া গ্ৰেনেড বিস্ফোৰণক লৈও বৈঠকত আলোচনা

### শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰিব খোজা কোনো শক্তিকেই ৰেহাই নিদিয়ে চৰকাৰে

### এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা

### বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা

### দিল্লীৰ নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এই বৈঠক

Body:### বৈঠকত গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গ

Conclusion:### উপস্থিত আছিল কেন্দ্ৰীয় গৃহ সচিব জে এছ চৈনী, ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ

### আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাও উপস্থিত আছিল বৈঠকত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.