গুৱাহাটী, 31 আগষ্টঃ প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা । মহানগৰীৰ পাণ্ডুৰ 14 নং এন এছ কে কেন্দ্ৰত পুৱাৰে পৰা ৰাইজৰ ভিৰ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত স্পৰ্শকাতৰ কেন্দ্ৰটোত বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে লোকসকলে নিজৰ নাম চাবলৈ অহা পৰিলক্ষিত হয় ৷
এন আৰ চিঃমহানগৰীৰ পাণ্ডুৰ 14 নং এন এছ কে কেন্দ্ৰত ভিৰ - এন আৰ চি পাণ্ডু
প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা । মহানগৰীৰ পাণ্ডুৰ 14 নং এন এছ কে কেন্দ্ৰত পুৱাৰে পৰা ৰাইজৰ ভিৰ ৷
এন আৰ চি প্ৰকাশৰ লগে লগে মহানগৰীৰ পাণ্ডুৰ 14 নং এন এছ কে কেন্দ্ৰত ভীৰ
গুৱাহাটী, 31 আগষ্টঃ প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা । মহানগৰীৰ পাণ্ডুৰ 14 নং এন এছ কে কেন্দ্ৰত পুৱাৰে পৰা ৰাইজৰ ভিৰ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত স্পৰ্শকাতৰ কেন্দ্ৰটোত বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে লোকসকলে নিজৰ নাম চাবলৈ অহা পৰিলক্ষিত হয় ৷
Intro:৩৮ বছৰীয়া এক সংগ্ৰামৰ সফল ৰূপ পালে। ১০ বজাৰ লগে লগে প্ৰকাশ পালে বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকা। এন এছ কে কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপলব্ধ এনআৰচি তালিকা। মহানগৰীৰ পাণ্ডুৰ ১৪নং এন এছ কেত পুৱাৰে পৰা ৰাইজৰ ভিৰ। সকলোৱে তালিকাত নিজ নামটো চাবলৈ আহিছে কেন্দ্ৰটোত। স্পৰ্শকাতৰ এলেকা হিচাপে ধৰা হয় এই কেন্দ্ৰটো। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কেন্দ্ৰটো। বৰ্তমান শান্তিপূৰ্ণভাৱে লোকসকলে চাই আছে নিজৰ নাম। Body:Hirul Haque Conclusion:Guwahati