ETV Bharat / state

স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱে - ৰেলৱে

সাৱধান! ৰেল ষ্টেচনৰ যতে ততে থু খেকাৰ নেপেলাব। কিয়নো স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে

স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱে
author img

By

Published : Aug 9, 2019, 8:59 AM IST

গুৱাহাটী, 8 জুলাই : ৰেলৱে পৰিসৰৰ ভিতৰত যতে ততে থু খেকাৰ, জাৱৰ-জোথৰ পেলোৱা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৰেল বিভাগে। ইতিমধ্যেই ১৮১৮ জন ব্যক্তিক বিৰুদ্ধে ৰেল বিভাগে লৈছে শাস্তিমূলক ব্যৱস্থা। লগতে এই দোষী ব্যক্তিৰ পৰা ৩,৬৫,৮৯৫ টকা জৰিমনা সংগ্ৰহ কৰিছে বিভাগটোৱে । ইফালে ৰেলৱে আইন-১৯৮৯ ৰ অধীনত ৰেল ষ্টেচন, ৰেল আদি লেতেৰা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই। তাৰোপৰি ৰেলৰ ডবা, ৰেল ষ্টেচনসমূহ পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত লক্ষ্য ৰাখি ১৩টাতকৈও অধিক ষ্টেচনত চিচি টিভি কেমেৰা সংস্থাপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে শৰ্মাই।

Intro:সাৱধান! ৰেল ষ্টেচনৰ যতে ততে থু খেকাৰ নেপেলাব। কিয়নো স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে। ৰেল পৰিসৰ ভিতৰত যতে ততে থু খেকাৰ, জাৱৰ-জোথৰ পেলোৱা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৰেল বিভাগে। ইতিমধ্যেই ১৮১৮ জন ব্যক্তিক বিৰুদ্ধে ৰেল বিভাগে লৈছে শাস্তিমূলক ব্যৱস্থা। লগতে এই দোষী ব্যক্তিৰ পৰা ৩,৬৫,৮৯৫ টকা জৰিমনা সমগ্ৰ কৰিছে বিভাগটোৱে। ইফালে ৰেলৱে আইন, ১৯৮৯ৰ অধীনত ৰেল ষ্টেচন, ৰেল আদি লেতেৰা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই। তাৰোপৰি ৰেলৰ ডবা, ৰেল ষ্টেচনসমূহ পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত লক্ষ্য ৰাখি ১৩টাতকৈও অধিক ষ্টেচনত চিচি টিভি কেমেৰা সংস্থাপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে শৰ্মাই। আনহাতে স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজক সজাগ হোৱাৰো আহ্বান জনাই। উল্লেখযোগ্য যে ৰেল আৰক্ষী আৰু ৰেলৱে বিষয়াই অতৰ্কিতে নিয়মীয়াকৈ এই অভিযান চলিব। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.