ETV Bharat / state

আজমলৰ নেজত ধৰি আগবাঢ়িব ইউ জি ব্ৰহ্ম!

author img

By

Published : Apr 20, 2019, 11:33 PM IST

ইউ জি ব্ৰহ্মৰ বাবেই বিটিএডিত অনাবড়োয়ে মাটি দখল কৰি বসবাস কৰি আছে । ইউ জি ব্ৰহ্মই আজমলৰ নেজত ধৰি আগবাঢ়িব বিচাৰিছে । ব্ৰহ্মই সংসদত মাত মতাটো দূৰৈৰে কথা বড়ো জাতিক লৈ অনাগত দিনত বেপাৰহে কৰিব ৷ তেনে এজন জনপ্ৰতিনিধিয়ে সংসদত গৈ কি মাত মাতিব বুলি ক্ষোভ উজাৰে পৃথ্বিৰাজ নাৰায়ণে ৷

আজমলৰ নেজত ধৰি আগবাঢ়িব ইউ জি ব্ৰহ্ম!

গুৱাহাটী, 20 এপ্ৰিলঃ ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ বাবেই কোকৰাঝাৰৰ ভূমিত অনাবড়োৱে মাটি দখল কৰিছে ৷ বি টি এডিৰ কেইবালাখ হেক্টৰ ভূমিত এতিয়া অনাবড়োৰ দখল ৷ এই অভিযোগ 'দ্যা ভইচ অফ বড়োলেণ্ড' বাতৰি কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণৰ ৷ ‌শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন সাংবাদিকজনে ‌। ইউ জি ব্ৰহ্মৰ বাবেই বিটিএডিত অনাবড়োয়ে মাটি দখল কৰি বসবাস কৰি আছে । ইউ জি ব্ৰহ্মই আজমলৰ নেজত ধৰি আগবাঢ়িব বিচাৰিছে । ব্ৰহ্মই সাংসদত মাত মতাটো দূৰৈৰে কথা বড়ো জাতিক লৈ অনাগত দিনত বেপাৰহে কৰিব ৷ তেনে এজন জনপ্ৰতিনিধিয়ে সংসদত গৈ কি মাত মাতিব বুলি ক্ষোভ উজাৰে পৃথ্বিৰাজ নাৰায়ণে । চাৰে চাৰি লাখতকৈ অধিক বিঘা অজনজাতীয় তথা বিদেশী প্ৰব্ৰজনকাৰীৰ হাতত বিটিএডি বেদখল হৈছে বুলিও মন্তব্য কৰে ব্যক্তিজনে । ঘটনা সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সাংবাদিকজন । বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ উপৰিও ভোটাধিকাৰ কৰ্তন কৰিব লাগে বুলিও দাবী উত্থাপন নাৰায়ণৰ ।

Intro:UPPL ৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ বাবেই কোকৰাঝাৰৰ ভূমিত অনাবড়োৱে মাটি দখল কৰিছে ।বি টি এডিৰ কেইবালাখ হেক্টৰ ভূমিত এতিয়া অনাবড়োৰ দখল ।এই অভিযোগ ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ নামল এজন লোকৰ ‌শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই গুৰুতৰ অভিযোগ অভিযোগ তোলে লোকজনে ‌।তেওঁৰ অভিযোগ ইউ জি ব্ৰহ্মৰ বাবেই বি টি এডিত অনাবড়ো লোকে মাটি দখল কৰি বসবাস কৰি আছে ।তেনে এজন জনপ্ৰতিনিধিয়ে সংসদত গৈ কি মাত মাতিব বুলি ক্ষোভ উজাৰে ।চাৰে চাৰি লাখতকৈ অধিক বিঘা অজনজাতীয় তথা বিদেশী প্ৰবজনকাৰীৰ হাতত বেদখল হৈছে । চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই । গতিকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । বেদখলকাৰী সকলক উচ্ছেদ কৰিব লাগে তদুপৰি তেওঁ লোকৰ ভোটাধিকাৰ কৰ্তন কৰিব লাগে বুলিও দাবী তোলে ।ইউ জি ব্ৰহ্ম ই আজমলৰ নেজত ধৰি আগবাঢ়িব বিচাৰিছে । ব্ৰহ্ম ই অনাগত দিনত মাত মতাটো দূৰৈৰে তেওঁ বড়ো জাতিক লৈ বেপাৰ হে কৰিব অনাগত দিনত ‌। তেওঁ জনজাতি সুৰক্ষা,বড়োলেণ্ডৰ উন্নয়নৰ কাৰনে কি মাত মাতিব বুলিও কটাক্ষ কৰে ।যদি তেওঁৰ সাহস আছে তেন্তে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী তোলে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.