ETV Bharat / state

কথা কোৱাৰ সুযোগ নিদিলে নিৰ্মলা সীতাৰমনে : বিনোদ কুমাৰ লোহিয়া - বিনোদ কুমাৰ লোহিয়া

বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ৷ বিত্তমন্ত্ৰী উপস্থিত হৈ বাৰ্তালাপ কৰে 'Traders and industry' ৰ প্ৰতিনিধিৰ সৈতে ৷ আলোচনাত সীতাৰমনে প্ৰতিনিধিসকলক কথা কোৱাৰ সুযোগ নিদিয়াৰ অভিযোগ উত্থাপন ফাইনাৰৰ সঞ্চালক বিনোদ কুমাৰ লোহিয়াৰ ৷

নিৰ্মলা সীতাৰমণ
কথা কোৱাৰ সুযোগ নিদিলে নিৰ্মলা সীতাৰমণেঃ বিনোদ কুমাৰ লোহিয়া
author img

By

Published : Feb 27, 2020, 4:05 PM IST

Updated : Feb 27, 2020, 6:23 PM IST

গুৱাহাটী, 27 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বাজেট ২০২০ উত্থাপনৰ পিছতে বিভিন্ন ৰাজ্যত গৈ ব্যৱসায়ী সকলৰ সৈতে আলোচনাত মিলিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন । সেই উদ্দেশ্যৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন । য'ত তেওঁ গুৱাহাটী ষ্টাফ কলেজত আয়োজিত আলোচনা সভাত বাৰ্তালাপ কৰে 'Traders and industry' ৰ প্ৰতিনিধিৰ সৈতে । কিন্তু আলোচনাত নিৰ্মলা সীতাৰমনে প্ৰতিনিধিসকলক কথা কোৱাৰ সুযোগ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ফাইনাৰৰ অধ্যক্ষ বিনোদ কুমাৰ লোহিয়াই ৷

কথা কোৱাৰ সুযোগ নিদিলে নিৰ্মলা সীতাৰমণেঃ বিনোদ কুমাৰ লোহিয়া

তাৰ বিপৰীতে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ সৈতে প্ৰতিনিধিসকলৰ আলোচনা সৌজন্যমূলক আছিল বুলি মন্তব্য কৰি ব্যৱসায়ী অৰুণ পদ্দাৰে কয়,' বিত্তমন্ত্ৰী অসমলৈ আহি আমাৰ সৈতে আলোচনা কৰাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো । ইয়াৰ দ্বাৰা অসমৰ ব্যৱসায়ী সকল যথেষ্ট উপকৃত হ'ব ।

উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আলোচনা সভাত প্ৰায় ২০০ ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে ।

আৰু পঢ়কঃ তিনিচুকীয়াত গেলাপুখুৰীত পৰিচয়বিহীন মুকবধিৰ মহিলা

Last Updated : Feb 27, 2020, 6:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.