ETV Bharat / state

বৰ্তমান পৰ্যন্ত অসমত নাই COVID-19 আক্ৰান্ত এজনোঃ NHM - কৰ'ণা ভাইৰাছ

কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19 ন্দৰ্ভত মন্তব্য অসম NHM কতৃপক্ষৰ ৷ বৰ্তমান পৰ্যন্ত এজনো COVID-19 আক্ৰান্ত ব্যক্তি নাই বুলি সদৰী কৰে NHM য়ে ৷

COVID-19
বৰ্তমানলৈকে অসমত নাই COVID-19 আক্ৰান্ত এনজো লোকঃ NHM
author img

By

Published : Mar 23, 2020, 6:06 PM IST

গুৱাহাটী, 23 মাৰ্চঃ বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা COVID-19 ত বৰ্তমান সময়লৈকে আক্ৰান্ত হোৱা নাই অসমৰ এজনো লোক । এই কথা জানিব দিয়ে অসমৰ NHM কৰ্তৃপক্ষই । NHM কতৃপক্ষই জনোৱা অনুসৰি, বৰ্তমান সময়লৈকে 29782 গৰাকী লোকক অসমৰ প্ৰতিটো বিমানবন্দৰত পৰীক্ষা কৰা হৈছে ৷ অসমৰ বিভিন্ন ৰে'লৱে ষ্টেচন সমূহত 170040 গৰাকী যাত্ৰীক পৰীক্ষা কৰা হৈছে ।

COVID-19
COVID-19

আনহাতে, 6209 গৰাকী বাহিৰৰ দেশৰ পৰা অহা যাত্ৰীৰ ভিতৰত 209 গৰাকীক 28 দিনৰ বাবে পৰিদৰ্শনত ৰখা হৈছে । 5989 জনক 57 টা পৰীক্ষা নহালৈকে ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । 36 গৰাকীৰ নমুনা গুৱাহাটী মেডিকেল কলেজলৈ অনা হৈছিল যদিও সেয়া নেগেটিভ পোৱা গৈছে বুলি মন্তব্য কৰে NHM কৰ্তৃপক্ষই । আনহাতে বৰ্তমান সমলৈকে 104 সাৰথি হেল্পলাইন নাম্বাৰতCOVID-19 ক লৈ 1954 টা ফোনক'ল ৰিছিভ কৰা হৈছে বুলি সদৰী কৰিলে অসম NHM য়ে ।

আৰু পঢ়কঃ লক ডাউনৰ বাতৰিৰ পাচতেই আতংকময় পৰিৱেশ ধুবুৰীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.