ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ১২জনকৈ কৰ্মচাৰীক সন্মান প্ৰদান ৰে'ল বিভাগৰ - উত্তৰ-পূৱ সীমান্ত ৰে'লৱে

চালক ৰূপজ্যোতি শইকীয়া আৰু সহকাৰী চালক মহম্মদ মুগল আজমে ৭ মে'ত কৰ্তব্যৰত অৱস্থাত ট্ৰেইনৰ আগেৰে পাৰ হৈ যোৱা এটা হাতীৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল,চালক ত্ৰিভূৱন নাৰ্জাৰী আৰু সহকাৰী চালক ৰাকেশ কুমাৰে ১৮মে'ত ৰে'ল চলাই গৈ থকা অৱস্থাত পঞ্চৰত্ন-গোৱালপাৰাত তৎকালীন ব্ৰেক মাৰি ১৫জনীয়া এটা হাতীজাকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ১২জনকৈ কৰ্মচাৰীক সন্মান প্ৰদান ৰে'ল বিভাগৰ
author img

By

Published : Jul 2, 2019, 12:10 PM IST

গুৱাহাটী,2 জুলাইঃ সোমবাৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ১২জনকৈ কৰ্মচাৰীক সন্মান প্ৰদান কৰে ৰে'ল বিভাগে। নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰা বাবে কৰ্মচাৰীসকলক পুৰস্কৃত কৰা হয়। হেল্পাৰ নিউ জলপাইগুৰিৰ বীৰেন্দ্ৰ কুমাৰ শীৱম,কুমেডপুৰৰ ষ্টেচন মেনেজাৰ মুকেশ কুমাৰ,আলিপুৰদুৱাৰ জংচনৰ ড্ৰাইভাৰ অশোক কুমাৰ মৰ্মুকে ধৰি মুঠ ১২গৰাকী কৰ্মচাৰীক উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত বিশেষ সন্মান প্ৰদান কৰে।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ১২জনকৈ কৰ্মচাৰীক সন্মান প্ৰদান ৰে'ল বিভাগৰ

উল্লেখ্য যে চালক ৰূপজ্যোতি শইকীয়া আৰু সহকাৰী চালক মহম্মদ মুগল আজমে ৭ মে'ত কৰ্তব্যৰত অৱস্থাত ট্ৰেইনৰ আগেৰে পাৰ হৈ যোৱা এটা হাতীৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল,চালক ত্ৰিভূৱন নাৰ্জাৰী আৰু সহকাৰী চালক ৰাকেশ কুমাৰে ১৮মে'ত ৰে'ল চলাই গৈ থকা অৱস্থাত পঞ্চৰত্ন-গোৱালপাৰাত তৎকালীন ব্ৰেক লগাই ১৫জনীয়া এটা হাতী জাকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। এনেদৰেই এই ১২গৰাকী কৰ্মচাৰীৰ কৰ্ম নিষ্ঠাৰ বাবে সন্মানিত কৰা হয়। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে প্ৰতিগৰাকী কৰ্মচাৰীক নগদ ৩হাজাৰ আৰু এখন মানপত্ৰৰে পুৰস্কৃত কৰে।

সোমবাৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ১২জনকৈ কৰ্মচাৰীক সন্মান প্ৰদান কৰে ৰেল বিভাগে। নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰা বাবে কৰ্মচাৰীসকললৈ পুৰস্কৃত কৰা হয়। হেল্পাৰ নিউ জলপাইগুৰিৰ বীৰেন্দ্ৰ কুমাৰ শীৱম, কুমেডপুৰৰ ষ্টেচন মেনেজাৰ মুকেশ কুমাৰ, আলিপুৰদুৱাৰ জংচনৰ ড্ৰাইভাৰ অশোক কুমাৰ মৰ্মুকে ধৰি মুঠ ১২গৰাকীকৈ কৰ্মচাৰীৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱে বিশেষ সন্মান প্ৰদান কৰে। ইয়াৰে চালক ৰূপজ্যোতি শইকীয়া আৰু সহকাৰী চালক মহম্মদ মুগল আজমে ৭ মে'ত কৰ্তব্যৰত অৱস্থাত ট্ৰেইনৰ আগেৰে পাৰ হৈ যোৱা এটা হাতীৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল, চালক ত্ৰিভূৱন নাৰ্জাৰী আৰু সহকাৰী চালক ৰাকেশ কুমাৰে ১৮মে'ত ৰেল চলাই গৈ থকা অৱস্থাত পঞ্চৰত্ন-গোৱালপাৰাত তৎকালীন ব্ৰেক লগাই ১৫জনীয়া এটা হাতীজাকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। এনেদৰেই এই ১২গৰাকী কৰ্মচাৰীৰ কৰ্ম নিষ্ঠাৰ বাবে সন্মানিত কৰা হয়। উত্তৰ-পূৱ সীমান্ত ৰেলৱে মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে প্ৰতিগৰাকী কৰ্মচাৰীক নগদ ৩হাজাৰ আৰু এখন মানপত্ৰৰে পুৰস্কৃত কৰে। 

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.