ETV Bharat / state

দ্বিতীয় দিনাও 'অস্তিত্ব' লৈ দৰ্শকৰ ব্যাপক সঁহাৰি - নতুন অসমীয়া ছবি অস্তিত্ব

অসমীয়াৰ জাতিসত্বাক মূল আলম হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন ইতিমধ্যেই আকোঁৱালি লৈছে দৰ্শকে । শনিবাৰে মালিগাঁৱৰ প্ৰাগজ্যোতিষ ছবিগৃহত দৰ্শকৰ শাৰীত বহি ছবিখন উপভোগ কৰে অস্তিত্বৰ সহকাৰী পৰিচালক জীম কালামে ৷

দ্বিতীয় দিনাও 'অস্তিত্ব' লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি
author img

By

Published : Nov 9, 2019, 7:25 PM IST

গুৱাহাটী, 9 নৱেম্বৰঃ কাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পিছত ছবিগৃহলৈ আহিল নতুন অসমীয়া ছবি 'অস্তিত্ব'। ঘাট-প্ৰতিঘাট তথা সমাজৰ বাস্তৱ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, পৰিচালনা মিৰ্জা আৰিফ হাজৰিকাৰ আৰু প্ৰযোজনা কৰিছে নাজিম আহমেদে । মুক্তিৰ প্ৰথম দিনাৰ দৰ্শনীৰ দৰে দ্বিতীয় দিনাও দৰ্শকৰ সঁহাৰি লাভ কৰিছে 'অস্তিত্ব'ই । অসমীয়াৰ জাতিসত্বাক মূল আলম হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন ইতিমধ্যেই আকোঁৱালি লৈছে অসমীয়া ৰাইজে । শনিবাৰে মালিগাঁৱৰ প্ৰাগজ্যোতিষ ছবিগৃহত দৰ্শকৰ শাৰীত বহি ছবিখন উপভোগ কৰে অস্তিত্বৰ সহকাৰী পৰিচালক জীম কালামে । দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰাৰ কথাও জানিবলৈ দিয়ে সহকাৰী পৰিচালকগৰাকীয়ে । তাৰোপৰি ছবিখন ৰাইজে আকোঁৱালি ল'লে পৰৱৰ্তী সময়ত পুনৰ উচ্চমানৰ ছবি অসমীয়া ৰাইজক উপহাৰ দিব বুলি কলে জীম কালামে ।

দ্বিতীয় দিনাও 'অস্তিত্ব' লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

আনহাতে, ছবিখনৰ কাহিনী আৰু অভিনয় খুবেই ভাল হোৱা বুলি কয় দৰ্শকে । বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা ছবিখনে দৰ্শকক মনোৰঞ্জন দিয়াত সফল হৈছে । উল্লেখযোগ্য যে, ছবিখনত বিশিষ্ট অভিনেতা বিভূতি হাজৰিকা, ব্ৰজেন বৰা, সিদ্ধাৰ্থ মুখাৰ্জীকে ধৰি বহু ন-পুৰণি শিল্পীয়ে একেলগে অভিনয় কৰিছে । অস্তিত্বক অসমীয়া ৰাইজ আকোঁৱালি লওঁক তাৰেই কামনা কৰিছে ছবিখনৰ কলা-কুশলীয়ে ।

Intro:কাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পিছত ছবিগৃহলৈ আহিল নতুন অসমীয়া ছবি 'অস্তিত্ব'। ঘাট-প্ৰতিঘাট তথা সমাজৰ বাস্তৱ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, পৰিচালনা মিৰ্জা আৰিফ হাজৰিকা আৰু প্ৰযোজনা কৰিছে নাজিম আহমেদে। মুক্তিৰ প্ৰথম দিনাৰ দৰ্শনীৰ দৰে দ্বিতীয় দিনাও দৰ্শকৰ সঁহাৰি লাভ কৰিছে অস্তিত্বই। অসমীয়াৰ জাতিসত্বাক মূল আলম হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন ইতিমধ্যেই আকোৱালি লৈছে অসমীয়া ৰাইজে। শণিবাৰে মালিগাঁৱৰ প্ৰাগজ্যোতিষ ছবিগৃহত দৰ্শকৰ শাৰীত বহি ছবিখন উপভোগ কৰে অস্তিত্বৰ সহকাৰী পৰিচালক জীম কালামে। দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰাৰ কথাও জানিবলৈ দিয়ে সহকাৰী পৰিচালকগৰাকীয়ে। তাৰোপৰি ছবিখন ৰাইজে আকোৱালি ল'লে পৰৱৰ্তী সময়ত পুণৰ উচ্চমানৰ ছবি অসমীয়া ৰাইজক উপহাৰ দিব বুলি ক'লে জীম কালাম। Body:ইফালে ছবিখনৰ কাহিনী আৰু অভিনয় খুবেই ভাল হোৱা বুলি কয় দৰ্শকে। বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা ছবিখনে দৰ্শকক দিব মনোৰঞ্জন। উল্লেখযোগ্য যে ছবিখনত বিশিষ্ট অভিনেতা বিভূতি হাজৰিকা, বজেন বৰা, সিদ্ধাৰ্থ মুখাৰ্জীকে ধৰি বহু ন পুৰণি শিল্পীয়ে একেলগে অভিনয় কৰিছে। মুঠৰ ওপৰত অস্তিত্বক অসমীয়া ৰাইজ আকোৱালি লওঁক তাৰেই কামনা কৰিছে ছবিখনৰ কলা-কুশলীয়ে। Conclusion:Hirul Haque
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.