ETV Bharat / state

প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি ৰাইজৰ হাহাকাৰ - যান বাহন আইন

ৰাজ্যত বলবৎ হোৱা নতুন আইন যান বাহন আইনে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক। নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছতেই প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত সমূহ ৰাইজৰ ভিৰ

প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি ৰাইজৰ হাহাকাৰ
author img

By

Published : Sep 28, 2019, 5:49 PM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰ: ৰাজ্যত নতুন যান বাহন আইন কাৰ্যকৰী হোৱাৰ পাছতে ৰাজপথত দেখা গৈছে ৰাইজৰ তৎপৰতা ৷ ৰাজ্যত বলবৎ হোৱা নতুন আইন যান বাহন আইনে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক । নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছতে এতিয়া ব্যাপক ভিৰ দেখা গৈছে প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত সমূহত ৷ প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি হাহাকাৰ যান বাহনৰ গৰাকীৰ। কামৰূপ জিলাৰ আমিনগাঁওৰ প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত ৰাতিপুৱাৰ পৰা দেখা গ'ল দীঘলীয়া শাৰী। ঘণ্টাৰ পিছত ঘন্টা অপেক্ষা কৰিও লাভ কৰিব পৰা নাই প্ৰদূষণৰ প্ৰমাণ পত্ৰ । তাকে লৈ এতিয়া খঙত ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে ।

প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি ৰাইজৰ হাহাকাৰ

উল্লেখযোগ্য যে, নতুন যান বাহন আইনে ইতিমধ্যে সমগ্ৰ দেশত ব্যাপক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

Intro:👉ৰাজ্যত নতুন যান বাহন আইন কাৰ্যকৰি হোৱাৰ পাছতে ৰাজপথত দেখা গৈছে ৰাজ্যত এক যুদ্ধঙ্গদেহি ।

👉ৰাজ্যত বলবৎ হোৱা নতুন আইন যান বাহন অইনে। জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক।

Body:👉নতুন যান বাহন অইন বলবৎৰ পাছতহে এতিয়া ভৰি পৰিছে পৰিছে প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত সমূহ।

👉প্ৰদূষণৰ প্ৰমাণ পত্ৰ বিচাৰি হাহাকাৰ বাহনৰ গৰাকীৰ।

👉এই দৃশ্য কামৰূপ জিলাৰ আমিনগাঁও ৰ প্ৰদূষণ পৰীক্ষা কেন্দ্ৰৰ ৰাতিপুৱা ৰ পৰা দেখা গল এক দীঘলীয়া লাইন।

Conclusion:👉ঘণ্টাৰ পিছত ঘন্টা অপেক্ষা কৰি ও লাভ কৰিব পৰা নাই প্ৰদূষণৰ প্ৰমাণ পত্ৰ ।
👉তাকে লৈ এতিয়া খংত খুৱ উজাৰিছে ভুক্ত ভোগীয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.