ETV Bharat / state

টয়টা কোম্পানীৰ নতুন বাহন মুকলি

author img

By

Published : Oct 23, 2020, 10:34 PM IST

শুকুৰবাৰে মহানগৰীত মুকলি হ'ল টয়টা কোম্পানীৰ এখন নতুন মডেলৰ গাড়ী আৰবান ক্ৰুইজাৰ ৷ এই বাহনখন আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷

toyota
toyota

গুৱাহাটী, 23 অক্টোবৰ : পূজাৰ বতৰত টয়টা কোম্পানীৰ নতুন বাহন মুকলি ৷ শুকুৰবাৰে মহানগৰীত মুকলি হ'ল টয়টা কোম্পানীৰ এখন নতুন মডেলৰ গাড়ী আৰবান ক্ৰুইজাৰ ৷ এই বাহনখন আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ উল্লেখ্য যে, টয়টা কোম্পানীৰ সকলোবোৰ গাড়ী আছিল বহুকেইজন যাত্ৰী বহিব পৰা আৰু অধিক ব্যয়বহুল ৷ যাৰ বাবে বহু লোকে কোম্পানীটোৰ গাড়ী ল’ম বুলিও ল’ব নোৱাৰে বহু লোকে ৷ সেই সকল লোকৰ বাবে এতিয়াৰে পৰা আৰবান ক্ৰুইজাৰে সেই সপোন পূৰ কৰিব ৷

toyota
টয়টা কোম্পানীৰ নতুন বাহন মুকলি

লগতে পঢ়ক : 6 বছৰীয়া ভতিজীক ধৰ্ষণ কৰি জেল হাজোতত খুড়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.