ETV Bharat / state

অসম ৰাজ্যিক পৰিবহন নিগমত ৭০০ খন নতুন বাছৰ অন্তৰ্ভুক্তি

author img

By

Published : Feb 6, 2020, 11:50 PM IST

উবেৰাইজেচন আঁচনিৰ অধীনত অসম ৰাজ্যিক পৰিবহন নিগমে ২০১৯-২০ বিত্তীয় বৰ্ষত ৭০০খন নতুন বাছ অন্তৰ্ভুক্ত কৰিব। শুকুৰবাৰৰ পৰা উবেৰাইজেচন আঁচনিৰ অধীনত হিতাধিকাৰী সকলে অনলাইনযোগে আবেদন কৰিব পাৰিব।

অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭০০ খন নতুন বাছ

গুৱাহাটী, 6 ফেব্ৰুৱাৰীঃ যাত্ৰীৰ সুবিধাৰ অৰ্থে চলিত বিত্তীয় বৰ্ষত অসম ৰাজ্যিক পৰিবহন নিগমত অন্তৰ্ভুক্ত হ'ব ৭০০ খন নতুন বাছ । নগৰীকৰণ আঁচনিৰ অধীনত অসম ৰাজ্যিক পৰিবহন নিগমে ইতিমধ্যে নতুন বাছসমূহ অন্তৰ্ভুক্তিৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে আগ্ৰহী হিতাধিকাৰীসকলৰ পৰা অসম ৰাজ্যিক পৰিবহন নিগমে শুকুৰবাৰৰ পৰা অনলাইন যোগে আবেদন গ্ৰহণ কৰিব। এই আঁচনিৰ অধীনত হিতাধিকাৰী সকলে গাড়ীৰ মূল্যৰ ২৫% অনুদান লাভ কৰিব, ইয়াৰে ১৫% হিতাধিকাৰী সকলে পৰিশোধ কৰাৰ বিপৰীতে ১০% ৰেহাই দিয়া হ'ব।

এই আঁচনিৰ অধীনত পৰিবহন নিগমে প্ৰথমাৱস্থাত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ আৰু যোৰহাট চহৰত গাড়ীসমূহ চলাচলৰ ব্যৱস্থা কৰিছে । এই আঁচনিৰ অধীনত আবেদন কৰা ব্যক্তিসকলৰ ভিতৰত গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত অভিজ্ঞ ব্যক্তিসকলক প্ৰাধান্য দিয়া হ'ব যাতে যাত্ৰীসকলে উপযুক্ত সুবিধা লাভ কৰিব পাৰে। আঁচনিৰ জৰিয়তে লাভ কৰা গাড়ীসমূহ হিতাধিকাৰী সকলে অতি কমেও পাঁচ বছৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাব লাগিব।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ব্যস্ত মহানগৰ প্ৰশাসন....

Intro:উবেৰাইজেচন আঁচনিৰ অধীনত অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭০০খন নতুন বাছ

Body:উবেৰাইজেচন আঁচনিৰ অধীনত অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭০০খন নতুন বাছ

Conclusion:উবেৰাইজেচন আঁচনিৰ অধীনত অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭০০খন নতুন বাছ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.