ETV Bharat / state

এইবাৰ জাতীয় পতাকা ফাটিল গুৱাহাটী ৰে'লৱে ষ্টেচনত

author img

By

Published : Apr 28, 2019, 4:34 PM IST

পতাকাখন ফটাৰ তিনিদিনৰ পাছতো গুৰুত্ব নাই ৰে'লৱে কৰ্তৃপক্ষৰ ৷

এইবাৰ জাতীয় পতাকা ফাটিল গুৱাহাটীৰ ৰে'লৱে ষ্টেচনত

গুৱাহাটী,২৮ এপ্ৰিলঃ জাতীয় পতাকা ফাটিল গুৱাহাটী ৰে'লৱে ষ্টেচনত । বিগত তিনিদিন ধৰি ফাটি আছে জাতীয় পতাকাখন ।

ইফালে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতো গুৰুত্ব প্ৰদান কৰা নাই ৰে'লৱে কৰ্তৃপক্ষৰ ।

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত থকা জাতীয় পতাকা ফাটিল।

Body:গুৱাহাটী ৰেলৱে ষ্টেচনত থকা জাতীয় পতাকা বিগত তিনিদিন ধৰি ফাটি আছে, কিন্তু এই সমগ্ৰ দৃশ্য প্রত্যক্ষ কৰিও নেদেখা ভাও ধৰিছে ৰেলৱে কৰ্তৃপক্ষই । ফাটী যোৱা জাতীয় পতাকাখন বিগত তিন দিন একেদৰে উৰি আছে।

Conclusion:Asrar Ansari and Pallav Bora
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.