ETV Bharat / state

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ অনুদান

author img

By

Published : Jul 27, 2019, 1:42 PM IST

ৰাজ্যত বানৰ সংহাৰী ৰূপৰ পাচতেই এতিয়া ভিন্নজনে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে অনুদান ৷ শনিবাৰে নিজৰ এমাহৰ দৰমহাৰ মুখ্যমন্ত্ৰী পুঁজিলৈ আগবঢ়ালে ৰঞ্জিত দত্তই ৷

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ অনুদান
  • অসম বিধানসভাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত শনিবাৰে মুখ্যমন্ত্ৰীক 1.50 লাখ টকা ৰঞ্জিত দত্তৰ
  • বান সংহাৰী ৰূপৰ পাচতেই এইদৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়াই মন্ত্ৰীগৰাকীয়ে

  • অসম বিধানসভাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত শনিবাৰে মুখ্যমন্ত্ৰীক 1.50 লাখ টকা ৰঞ্জিত দত্তৰ
  • বান সংহাৰী ৰূপৰ পাচতেই এইদৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়াই মন্ত্ৰীগৰাকীয়ে
Intro:অসমৰ বান পৰিস্থিতি প্ৰতি দায়বদ্ধ হৈ বিভিন্ন জনে বিভিন্ন সময়ত মুখ্য মন্ত্ৰী বান সাহাৰ্য পুঁজিত ধন জমা দি আহিছে। Body:অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়াই মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসম বিধানসভাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত সাক্ষাৎ কৰি নিজৰ এমাহৰ দৰমহাৰ 1.50 লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইConclusion:শেষতীয়া বানপৰিস্থিতিৰ বুজ লৈ বানপানীত দুৰ্ভোগ ভুগি থকা পৰিয়ালৰ কাষত এনেদৰে থিয় দিছে এতিয়া প্ৰতিজন সচেতন লোকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.