ETV Bharat / state

মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - MID DAY MEAL PROTEST

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদত কঁপিল মহানগৰীৰ ৰাজপথ ৷ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদ ৰন্ধন কৰ্মী সকলৰ ৷ এতিয়াও দৈনিক মাত্ৰ ৩৩ টকা দিন হাজিৰাৰ বিনিময়ত কাম কৰি অহাৰ পিচতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷

মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
author img

By

Published : Oct 15, 2019, 7:06 PM IST

গুৱাহাটী, 15 অক্টোবৰ: প্ৰতিবাদত কঁপিল মহানগৰীৰ ৰাজপথ ৷ অসম সৰ্বশি‌ক্ষা অভিযান মিছন সঞ্চালকালয়ৰ সন্মুখত ৰন্ধন কৰ্মীৰ ধৰ্ণা কাৰ্যসূচী । কাহিলিপাৰাস্থিত মিছন শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ।

মহানগৰীত তীব্ৰ প্ৰতিবাদ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

কণ কণ শিশুসকলক খাদ্য যোগান ধৰা ৰান্ধনী সকলে দৈনিক মাত্ৰ ৩৩ টকা দিন হাজিৰাৰে নিজ কাৰ্য সম্পাদন কৰি স্বত্তেও বৰ্তমানৰ চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াৰ লগতে মধ্যাহ্ন ভোজন আঁচনিক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মীসকলে।

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

লগতে অতি সোনকালেই চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে এই আন্দোলনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি হুংকাৰ প্ৰদান কৰি ইয়াৰ বাবে দায়ী কেৱল চৰকাৰ হ’ব বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

Intro:মহানগৰীৰ ৰাজপথ কপালে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে Body:অসম সৰ্বশি‌ক্ষা অভিযান মিছন সঞ্চালকালয় সন্মুখত ৰন্ধন কৰ্মী সকলৰ ধৰ্ণা কাৰ্যসূচী। কাহিলিপাৰা স্থিত মিছন শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে।

কন কন শিশু শিক্ষাৰ্থী সকলক খাদ্য যোগান ধৰা ৰান্ধনী সকলে মাত্ৰ ৩৩ টকা দিন হাজিৰাৰে নিজ কাৰ্য সম্পাদন কৰি অহা কাৰ্যক বৰ্তমানৰ চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াৰ লগতে মধ্যহ্ন ভোজন আঁচনিক বেচৰকাৰীকৰণ কৰাৰ তীব্ৰ বিৰোধীতাৰে চৰকাৰক সকিয়নী ।

অতি শীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ নকৰিলে আৰু অধিক ভয়ংকৰভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ।

বাইট : 1. বিবেকানন্দ অধিকাৰী ( কাৰ্যকৰী সভাপতি )
2. চিত্ৰা ৰাজবংশী ( সাধাৰণ সম্পাদিকা )

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.