ETV Bharat / state

বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ বৈঠক - বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ বৈঠক

বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে বিমানবন্দৰ কৰ্তৃপক্ষ,বায়ু সেনা কৰ্তৃপক্ষ,বিমান কৰ্তৃপক্ষৰ বৈঠক ।  এই বৈঠকত অংশগ্ৰহন কৰে Airport Authority Of India, North-Eastৰ ভাৰপ্ৰাপ্ত বিষয়া, Air Traffic Controllerৰ ভাৰপ্ৰাপ্ত বিষয়া, বৰঝাৰ বায়ু সেনাৰ বিষয়া আৰু বিভিন্ন বিমান প্ৰতিষ্ঠানৰ লোক ।

বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ বৈঠক
author img

By

Published : Oct 24, 2019, 5:36 PM IST

আজাৰা, 24 অক্টোবৰ: বায়ুসেনা কৰ্তৃপক্ষ আৰু বিমান কৰ্তৃপক্ষৰ বৈঠক । এখন বিমান উৰণ-অৱতৰণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰে বতৰ বিজ্ঞান কেন্দ্ৰই । কিয়নো বিমান এখন উৰা মৰাৰ পিচত আকাশত বিভিন্ন বতৰৰ খেলা চলে সেইয়া লাগিলে বতাহেই হওক বা বৰষুণেই । বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰিহে সকলো বিমান চলিত হয় । বৃহস্পতিবাৰে বৰঝাৰৰ ভি আই পিৰ হোটেল ৰুদ্ৰাক্ষত অনুস্থিত হয় এখন বৈঠক । এই বৈঠকত বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া জাননীত বায়ু সেনা,বিমানবন্দৰ কৰ্তৃপক্ষ, বিমান কৰ্তৃপক্ষকৰ লগতে অন্যান্য কৰ্তৃপক্ষক কেনেদৰে সহায় কৰি আহিছে ; এই জাননীয়ে আগন্তুক দিনত কি ভাৱে অধিক তথ্য দিব পাৰে তাৰবাবে এই বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত অংশগ্ৰহণ কৰে Airport Authority Of India, North-Eastৰ ভাৰপ্ৰাপ্ত বিষয়া, Air Traffic Controllerৰ ভাৰপ্ৰাপ্ত বিষয়া, বৰঝাৰ বায়ু সেনাৰ বিষয়া আৰু বিভিন্ন বিমান প্ৰতিষ্ঠানৰ লোকে ।

লগতে পঢ়ক : মহানগৰীত নিশা চিবিআইৰ তালাচী অভিযান

অনাগত দিনত যাতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সফলতাৰে কাম কৰিব পাৰে তাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই বৈঠক ।

Intro:বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে বিমানবন্দৰ কৰ্তৃপক্ষ,বায়ু সেনা কৰ্তৃপক্ষ,বিমান কৰ্তৃপক্ষৰ বৈঠক ।
Body:Ocvo...বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে বিমানবন্দৰ কৰ্তৃপক্ষ,বায়ু সেনা কৰ্তৃপক্ষ,বিমান কৰ্তৃপক্ষৰ বৈঠক । এখন বিমান উৰণ অৱতৰনৰ বাবে বিশেষ ভুমিকা গ্ৰহন কৰে বতৰ বিজ্ঞান কেন্দ্ৰই । কিয়ণো বিমান এখন উৰা মৰাৰ পিছত আকাশত বিভিন্ন বতৰৰ খেলা চলে শেয়া লাগিলে বতাহে হওক বা বৰষুণে । বতৰ বিজ্ঞানে দিয়া জাননি অনুসৰি হে সকলো বিমান চলিত হয় । আজি বৰঝাৰৰ ভি আই পিৰ হোটেল ৰুদ্ৰাসত অনুস্থিত হয় এখন বৈঠক । এই বৈঠকত বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া জাননী বায়ু সেনা,বিমানবন্দৰ কতৃপক্ষ,বিমান কৰ্তৃপক্ষকৰ লগতে অন্যান্য কৰ্তৃপক্ষক কেনেদৰে সহায় কৰি আহিছে এই জাননীয়ে আগন্তুক দিনক কি ভাৱে আৰু তথ্য দিব পাৰে তাৰবাবে অনুষ্ঠিত হয় এই বৈঠক । এই বৈঠকত অংশগ্ৰহন কৰে Airport Authority Of India North-East ভাৰপ্ৰাপ্ত বিষয়া,Air Traffic Controllerৰ ভাৰপ্ৰাপ্ত বিষয়া,বৰঝাৰ বায়ু সেনাৰ বিষয়া,বিভিন্ন বিমান প্ৰতিষ্ঠানৰ লোক ।Conclusion:অনাগত দিনত যাতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সফলতাৰে কাম কৰে তাৰ উদ্দেশ্যে অনুস্থিত হয় এই বৈঠক ।

Bite...বতৰ বিজ্ঞান বিষয়া ।

দক্ষিণ কামৰপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.