ETV Bharat / state

মহানগৰীত গুন্দা টেক্সৰ বিৰুদ্ধে ওলাই আহিল মেজিক চালক - মহানগৰীত গুন্দা টেক্সৰ বিৰোদ্ধে ওলাই আহিল মেজিক চালক

মহানগৰীৰ জালুকবাৰীস্থিত গাড়ীগাঁও নিবাসী ছাদিক আহমেদৰ নেতৃত্বত এই টেক্স তোলা হয় বুলি অভিযোগ গাড়ী চালক তথা গাড়ী মালিক সকলৰ । ছাদিক আহমেদ জালুকবাৰী নাগৰিক কমিটি তথা ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, নাগৰিক কমিটিৰ লগতো জড়িত বুলি জানিবলৈ দিয়ে চালকসকলে।

জালুকবাৰীত গুন্দা টেক্সৰ নামত অতপালি
জালুকবাৰীত গুন্দা টেক্সৰ নামত অতপালি
author img

By

Published : Jan 11, 2020, 11:49 PM IST

গুৱাহাটী, 11 জানুৱাৰী: মহানগৰীৰ জালুকবাৰীত এতিয়াও অব্যাহত আছে গুণ্ডা টেক্স সংগ্ৰহ প্ৰক্ৰিয়া । প্ৰতিখন যাত্ৰীবাহী মেজিক বাহনৰ চালকে বাহন ৰখোৱাৰ বাবদ প্ৰতিদিনেই 10, 20 ,50 টকা ভৰিবলগীয়া হয় ৷ সমান্তৰালকৈ ফল মূল বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানে দিব লাগে 50 ৰ পৰা 100 গুণ্ডা টেক্স । জালুকবাৰীত গাড়ী পাৰ্কিং কৰিবলৈ আৰক্ষীক মেনেজ কৰিব লাগে বুলিও সংগ্ৰহ কৰে অবৈধ ধন।

মহানগৰীৰ জালুকবাৰীস্থিত গাড়ীগাঁও নিবাসী ছাদিক আহমেদৰ নেতৃত্বত এই টেক্স তোলা হয় বুলি অভিযোগ গাড়ী চালক তথা গাড়ী মালিক সকলৰ । ছাদিক আহমেদ জালুকবাৰী নাগৰিক সমিতি তথা ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, নাগৰিক কমিটিৰ লগতো জড়িত বুলি জানিবলৈ দিয়ে চালকসকলে। অবৈধ ধন সংগ্ৰহত ছাদিক আহমেদৰ লগতে অন্য ব্যক্তিয়ো জড়িত থকাৰ অভিযোগ মেজিক চালক তথা মালিকৰ ।

জালুকবাৰীত গুন্দা টেক্সৰ নামত অতপালি

শনিবাৰে প্ৰায় 50 খন মেজিক বাহনৰ চালক তথা মালিকে ছাদিক আহমেদৰ গাড়ীগাঁওস্থিত বাসগৃহ ঘেৰাও কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাদিক আহমেদৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে মেজিক চালক সকলে। ইফালে এই অভিযোগ ভিত্তিহীন আখ্যা দিয়ে ছাদিক আহমেদে।

Intro:মহানগৰীৰ জালুকবাৰীত এতিয়াও অব্যাহত আছে গুণ্ডা টেক্স সংগ্ৰহৰ কাৰ্য। প্ৰতিখন যাত্ৰীবাহী মেজিক বাহনে ৰখোৱাৰ বাবদ প্ৰতিদিনেই 10 , 20 ,50 অথবা ফল মূল বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানে দিব লাগে 50 ৰ পৰা 100 গুণ্ডা টেক্স। জালুকবাৰীত গাড়ী পাৰ্কিং কৰিবলৈ আৰক্ষীক মেনেজ কৰিব লাগে বুলিও সংগ্ৰহ কৰে অবৈধ ধন। গাড়ীগাঁও নিবাসী ছাদিক আহমেদৰ নেতৃত্বত তোলা হয় বুলি অভিযোগ গাড়ী চালক তথা গাড়ী মালিকৰ। চাদিক আহমেদ জালুকবাৰী নাগৰিক কমিটি তথা ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, নাগৰিক কমিটিৰ লগতও জড়িত বুলিও জানিব দিয়ে উক্ত চালকসকলে। অবৈধ ধন সংগ্ৰহত চাদিক আহমেদৰ লগতে অন্য ব্যক্তিও জড়িত থকাৰ অভিযোগ মেজিক চালক তথা মালিকৰ । শনিবাৰে প্ৰায় 50 খন মেজিক বাহনৰ চালক তথা মালিকে ছাদিক আহমেদৰ গাড়ীগাঁওস্থিত গৃহ ঘেৰাও কৰে। উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত চাদিক আহমেদৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে মেজিক চালক সকলে। ইফালে এই অভিযোগ ভিত্তিহীন আখ্যা দিয়ে চাদিক আহমেদে।
Byte-1) চালক
2) চাদিক আহমেদBody:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.