ETV Bharat / state

ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন

author img

By

Published : Sep 28, 2022, 8:07 PM IST

গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত বুধবাৰে উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ধন(Money recovered in guwahati railway sation) । ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ধনখিনি ৷

Large amount of money recovered at railway station
ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন

গুৱাহাটী, 28 ছেপ্টেম্বৰ: গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা ৷ বহিঃৰাজ্যৰ এজন যুৱকৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে মুঠ ১৯ লাখ ৫০হাজাৰ টকা (Railway police recovered 19.50 lakh) ৷ উত্তৰ প্ৰদেশৰ ৰবীন কুমাৰ এজন লোকে ৰেলেৰে লৈ আনিছিল টকাখিনি(Money recovered in guwahati railway sation) ।

কুমাৰে এটা বেগ আৰু চুটকেছত লৈ আহিছিল টকাখিনি ৷ ৰেল আৰক্ষীয়ে বেগটোৰ পৰা ডেৰ লাখ টকা আৰু চুটকেছৰ পৰা উদ্ধাৰ কৰিছে ১৮ লাখ টকা । ৰেল আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় বিপুল পৰিমাণৰ ধনখিনি ৷

ক'ৰ পৰা, কি উদ্দেশ্যেৰে টকাখিনি লৈ অহা হৈছিল সেই সন্দৰ্ভত ৰেল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা টকাখিনি আয়কৰ বিভাগক চমজাই দিব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিছে (Income tax department) ৷

লগতে পঢ়ক: আজমলৰ সংগ এৰি মমতাৰ দলত ময়ূৰ মজুমদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.