ETV Bharat / state

উদ্ধৱ ভৰালীলৈ 2019চনৰ লাচিত বঁটা - টাই আহোম যুৱ পৰিষদ

পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে নিজা প্ৰচেষ্টাৰে বিভিন্ন সময়ত বহু আপুৰুগীয়া উদ্ভাৱনৰে সমাজলৈ বৰঙনি আগবঢ়াই আহিছে ৷

উদ্ধৱ ভৰালীলৈ 2019চনৰ লাচিত বঁটা
author img

By

Published : Nov 24, 2019, 10:54 PM IST

গুৱাহাটী, 24 নৱেম্বৰঃ দেওবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস । এই অনুষ্ঠানতে পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ আগবঢ়োৱা হয় ২০১৯ বৰ্ষৰ "মহাবীৰ লাচিত বটা" । এই অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, অধ্যাপক সূৰ্নাল পৱন বৰুৱাকে আদি কৰি বহু লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় এখন স্মৃতি গ্ৰন্থ ।

গুৱাহাটী
উদ্ধৱ ভৰালীলৈ 2019চনৰ লাচিত বঁটা

স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । টাই আহোম যুৱ পৰিষদৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় । উল্লেখ্য যে, টাই আহোম যুৱ পৰিষদে প্ৰতিবছৰে সমাজলৈ বৰঙনি আগবঢ়োৱা একোজন ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে । লগতে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে নিজা প্ৰচেষ্টাৰে বিভিন্ন সময়ত বহু আপুৰুগীয়া উদ্ভাৱনৰে সমাজলৈ বৰঙনি আগবঢ়াই আহিছে ৷

উদ্ধৱ ভৰালীলৈ 2019চনৰ লাচিত বঁটা

আৰু পঢ়কঃ ৰাজ্যজুৰি উদযাপন বীৰ লাচিতৰ 397 সংখ্যক জন্ম জয়ন্তী

Intro:দেওবাৰে মহানগৰীৰ কলাক্ষেত্ৰত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস ।

Body:এই অনুষ্ঠানতে পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ আগবঢ়োৱা হয় ২০১৯ বৰ্ষৰ "মহাবীৰ লাচিত বটা" । এই অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, অধ্যাপক সূৰ্নাল পৱন বৰুৱাকে আদি কৰি বহু লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ ও উন্মোচন কৰে । স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । টাই আহোম যুৱ পৰিষদৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় । উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে প্ৰতিবছৰে সমাজলৈ বৰঙনি আগবঢ়োৱা একোজন ব্যক্তিক এই বটা প্ৰদান কৰি আহিছে ।পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে নিজা প্ৰচেষ্টাৰে বিভিন্ন সময়ত বহু আপুৰুগীয়া যন্ত্ৰ উদ্ভাৱন কৰি সকলোৰে মন জয় কৰি আহিছে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.