ETV Bharat / state

এন আৰ চিৰ নামত হাজেলাৰ অসমবাসীলৈ ক'লা দস্তাবেজ উপহাৰ! - কৃষক শ্ৰমিক উন্নয়ন পৰিষদ

বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷

এনআৰচিৰ নামত হাজেলাৰ অসমবাসীলৈ ক'লা দস্তাবেজ উপহাৰ!
author img

By

Published : Sep 5, 2019, 11:05 AM IST

Updated : Sep 5, 2019, 11:11 AM IST

গুৱাহাটী, 5 চেপ্তেম্বৰঃ "সদ্য প্ৰকাশিত নাগৰিক পঞ্জী অসমীয়া জাতিৰ ৰক্ষা কৱচ নহয় "৷এই মন্তব্য কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ । বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷

এনআৰচিৰ নামত হাজেলাৰ অসমবাসীলৈ ক'লা দস্তাবেজ উপহাৰ!

ইয়াৰোপৰিও তেওঁলোকে এন আৰ চিৰ চূড়ান্ত তালিকাৰ বিষয়ে কয় যে এই তালিকা খনত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে আৰু সন্দেহযুক্ত নাগৰিকৰ লগতে ডি ভোটাৰ সকলৰ নাম এই তালিকাত প্ৰকাশ পাইছে৷ লগতে তেওঁলোকে কয় যে এন আৰ চিৰ নামত হাজেলাই অসমবাসীলৈ ক'লা দস্তাবেজ উপহাৰ দিলে ৷ উক্ত সংবাদমেল খনত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতা,কাৰ্যকৰী সভাপতি মুকুল বৰা,যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ দাস,যুটীয়া সাধাৰণ সম্পাদক উৎপল বৰুৱা,নগাঁও জিলাৰ সভাপতি আবু ছিদ্দিক চৰকাৰৰ লগতে কেন্দ্ৰীয় কমিটীৰ সদস্য ভগীৰথ ডেকা উপস্থিত থাকে।

Intro: এন আৰ চি নামত হাজেলাই অসমবাসীক উপহাৰ দিলে এখন ক'লা দস্তাবেজ : কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসম

Body:সদ্য প্ৰকাশিত নাগৰিক পঞ্জী অসমীয়া জাতিৰ ৰক্ষা কৱচ নহয় এই মন্তব্য কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখনি সংবাদমেল সম্বোধন কৰি এন আৰ চি চূড়ান্ত তালিকাৰ বিষয়ে মত প্রকাশ কৰি কয় যে এই তালিকাত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে। সন্দেহযুক্ত নাগৰিকৰ লগতে ডি ভোটাৰ সকলৰ নাম এই তালিকাত প্ৰকাশ পাইছে। উক্ত সংবাদমেলত উপস্থিত থাকে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতা, কাৰ্যকৰী সভাপতি মুকুল বৰা, যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ দাস, যুটীয়া সাধাৰণ সম্পাদক উৎপল বৰুৱা, নগাঁও জিলাৰ সভাপতি আবু ছিদ্দিক চৰকাৰৰ লগতে কেন্দ্ৰীয় কমিটীৰ সদস্য ভগীৰথ ডেকাও উপস্থিত থাকে। মুঠৰ ওপৰত এন আৰ চি নামত হাজেলাই অসমবাসীক উপহাৰ দিলে এখন ক'লা দস্তাবেজ বুলি মতপোষন কৰে।

Conclusion:
Last Updated : Sep 5, 2019, 11:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.