ETV Bharat / state

বাঘজানৰ তৈলখাদ বিস্ফোৰণঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 10, 2020, 3:40 PM IST

বাঘজানৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ ৷ সভাপতি ৰাজু বৰাই চৰকাৰ আৰু অইল কৰ্তৃপক্ষক প্ৰদান কৰে সকীয়নি ৷

kmss rection on baghjan incident
kmss rection on baghjan incident

গুৱাহাটী, 10 জুনঃ বাঘজানৰ তৈলখাদ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ প্ৰতিক্ৰিয়া ৷ একমাত্ৰ অইল কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ তেওঁ আৰু কয় যে,"ক্ষতিগ্ৰস্ত জনতাক পৰ্যাপ্ত ক্ষতি পূৰণ দিব লাগিব অইল কৰ্তৃপক্ষই ৷ আগন্তুক দিনত তেল খনন কৰিবলৈ দিয়া নহ'ব ৷"

বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.