ETV Bharat / state

পাণ্ডুত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২০

মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্পত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কামৰূপ মহানগৰ জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২০ । এই চেম্পিয়নশ্বিপত শীৰ্ষ স্থান প্ৰাপ্ত প্ৰতিযোগীয়ে ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিব ।

as_ghy_wushu_championship_img_as10002
পাণ্ডুত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২০
author img

By

Published : Nov 29, 2020, 7:31 PM IST

গুৱাহাটী,29 নৱেম্বৰঃ মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্পত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কামৰূপ মহানগৰ জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২০ । মালিগাঁও উশ্বু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত জিলাখনৰ দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ছাব-জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা।

as_ghy_wushu_championship_img_as10002
পাণ্ডুত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২০

এই চেম্পিয়নশ্বিপত শীৰ্ষ স্থান প্ৰাপ্ত প্ৰতিযোগীয়ে ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিব । উল্লেখযোগ্য যে কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ ক্ৰিয়াক্ষেত্ৰখন এতিয়া পৰ্যায়ক্ৰমে পুণৰ আৰম্ভ হৈছে । দীৰ্ঘদিন শাৰিৰীক প্ৰশিক্ষণ বন্ধ হৈ থকাৰ ফলত খেলুৱৈসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । আনহাতে, এই সময়ছোৱাত অনলাইন যোগে প্ৰশিক্ষণ অব্যাহত আছিল বুলি প্ৰশিক্ষকসকলে জানিবলৈ দিয়ে।

লগতে পঢ়ক-৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.