ETV Bharat / state

ধেমাজিত বোমা বিস্ফোৰণত নিহতসকলৰ সোঁৱৰণ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ

author img

By

Published : Aug 16, 2019, 5:10 PM IST

ক'লা বেজ পৰিধান কৰি শোক প্ৰকাশ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু কৰ্মচাৰীৰ

ধেমাজিত বোমা বিস্ফোৰণত নিহতসকলৰ সোঁৱৰণ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ

২০০৪ চনত ধেমাজিত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহতসকলৰ সোঁৱৰণ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ

এনে ঘটনা পুনৰ সংঘটিত নোহোৱাৰ আশা ব্যক্ত জিলা উপাযুক্ত আৰু কৰ্মচাৰীৰ

কামৰূপ জিলা উপাযুক্তৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল শোক সভাৰ

২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হৈছিল বহু নিৰীহ শিশু আৰু নাগৰিকৰ

Intro:সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ ফলত ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত উদয়াপিত স্বাধীনতা দিৱসৰ কায্যসূচী অংশ গ্ৰহণ কৰিবলৈ গৈ যি সকল নিৰীহ শিশু আৰু নাগৰিকৰ প্ৰাণ গৈছিল । সেই সকল লোকক সুঁৱৰি গভীৰ শোক প্ৰকাশ কৰে আজি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত।Body:আজি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় পক্ষেগৃহীত এই পবিত্ৰ দিনটোত গভীৰ শোক প্ৰকাশ কৰে উপায়ুক্ত কাৰ্যালয় ৰ কৰ্মচাৰী আৰু উপায়ুক্ত আৰু এক শপত লৈ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় ৰ কৰ্মচাৰী সকলে ।আশা প্ৰকাশ কৰে আগন্তুক দিনত সন্ত্ৰাসবাদীৰ দ্বাৰা এনেকুৱা ঘটনা পুনৰ বাৰ সংঘটিত নহয়।Conclusion:কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় ৰ কৰ্মচাৰী আৰু উপায়ুক্ত কমল কুমাৰ ৱৈশ্যই আজিৰ দিনটোত সকলোয়ে কলা বেজ পৰিধান কৰি শোক প্ৰকাশ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.