গুৱাহাটী, 25 ডিচেম্বৰঃ বৃহস্পতিবাৰে অৰ্থাৎ 26 ডিচেম্বৰত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ। বলয় গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বন্ধ থাকিব কামাখ্যা ধামৰ প্ৰৱেশদ্বাৰ। পুৱা ৮ বাজি ৪ মিনিটৰ পৰা সমগ্ৰ ভাৰততে আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু দুপৰীয়া ১২ বজাত সমাপ্ত হ'ব এই গ্ৰহণ। ইয়াৰ বাবে তীৰ্থ যাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। সেয়েহে দৰ্শনাৰ্থীৰ বাবে ১২.৩০ বজাৰ পিছত মুকলি কৰা হ'ব মন্দিৰৰ দুৱাৰ। ইফালে এই সময়চোৱাত প্ৰতিৰক্ষা বাহিনীৰ ৫০টকীয়া বিশেষ টিকট বন্ধ থকাৰ বিপৰীতে বিশেষ দৰ্শনাৰ্থীৰ ৫০১ টকীয়া টিকট সীমিত থাকিব।
26 ডিচেম্বৰত বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ
26 ডিচেম্বৰত কিয় বন্ধ থাকিব কামাখ্যা ধামৰ প্ৰৱেশদ্বাৰ? ইয়াৰ বাবে চাওঁক আমাৰ এই প্ৰতিবেদন ৷