ETV Bharat / state

১৫ দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়

ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বুধবাৰে জাৰি কৰিছিল নতুন নীতি-নিৰ্দেশনা । এই নিৰ্দেশনাত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ কথা উল্লেখ কৰা হৈছিল । চৰকাৰৰ নতুন নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই কামাখ্যা দেৱালয় কৰ্তৃপক্ষই জাৰি কৰিছে জাননী ।

author img

By

Published : May 13, 2021, 9:05 PM IST

kamakhya temple close for prayer
১৫ দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়

গুৱাহাটী,১৩ মে': বৃহস্পতিবাৰৰ পৰা ১৫ দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠ কামাখ্যা দেৱালয় । কামাখ্যা দেৱালয় কৰ্তৃপক্ষই বৃহস্পতিবাৰে এখন জাননী জাৰি কৰি উল্লেখ কৰে এই কথা । কামাখ্যা মন্দিৰৰ লগতে বন্ধ থাকিব নীলাচল পাহাৰৰ অন্য মন্দিৰসমূহ । চৰকাৰৰ নতুন নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই দেৱালয় কৰ্তৃপক্ষই জাৰি কৰিছে এই জাননী ।

ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বুধবাৰে জাৰি কৰিছিল নতুন নীতি-নিৰ্দেশনা । এই নিৰ্দেশনাত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ কথা উল্লেখ কৰা হৈছিল । চৰকাৰী নিৰ্দেশনা অনুসৰি ১৩ মে’ৰ পৰা ১৫ দিনলৈ ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠান আৰু উপাসনাথলী বন্ধ থাকিব ।

লগতে পঢ়ক : নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.