ETV Bharat / state

Mob Lynching in Jorhat: অনিমেষৰ ন্যায়ৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি কটনিয়ানৰ প্ৰতিবাদ - Judge thecase through fast track courts

গোলাঘাট ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষাৰ সম্পাদক অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটন বিশ্ববিদ্যালয় শিক্ষাৰ্থী সমাজ(Cottonian protest) ৷ বৰ্বৰ হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক উচিত আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবীত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মঙলবাৰে মুখত ক'লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ (black block protest) ৷

Cottonian protest
মুখত ক'লা কাপোৰ বান্ধি কটনীয়ানৰ প্ৰতিবাদ
author img

By

Published : Nov 30, 2021, 5:30 PM IST

Updated : Nov 30, 2021, 8:26 PM IST

গুৱাহাটী, ৩০ নৱেম্বৰ: গোলাঘাট ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষাৰ সম্পাদক অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটন বিশ্ববিদ্যালয় শিক্ষাৰ্থী সমাজ । অনিমেষৰ হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক উচিত আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবী(Justice for animesh bhuyan)ত কটন বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মঙলবাৰে মুখত ক'লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ (black block protest) ৷

বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অনিমেষ ভূঞা ন্যায়ৰ দাবী(Demanding justice for Animesh bhunya)ত হাতে হাতে প্লে-কাৰ্ড লৈ কটনিয়ানে ৰূপায়ন কৰে মৌন মানৱ শৃংখল কাৰ্যসূচী(Cottonian protest) । মানৱ শৃংখলত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোৰহাটৰ গণহত্যাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে অনিমেষ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Tribute to animesh bhuyan) ।

মুখত ক'লা কাপোৰ বান্ধি কটনীয়ানৰ প্ৰতিবাদ

"মানুহ হিচাপে লজ্জিত অনুভৱ কৰিছোঁ । দিনৰ পোহৰত যোৰহাট নগৰৰ মাজ-মজিয়াত ৩ জন লোকক এদল উন্মক্ত জনতাই বৰ্বভাৱে আক্ৰমণ কৰিলে(Jorhat Mob Lynching) । এগৰাকীক মৰিয়াই মৰিয়াই হত্যা কৰিলে । অসমীয়া হিচাপে আজি কবলৈ লজ্জিত অনুভৱ কৰিছো ৷" এইদৰে কটনিয়ানে ক্ষোভ প্ৰকাশ কৰে ৷

কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা ছাত্ৰ সমাজে অসম চৰকাৰক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ঘটনা বিচাৰ(Judge thecase through fast track courts) কৰি আইন অনুসৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: Jorhat Mob Lynching : গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস

Last Updated : Nov 30, 2021, 8:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.