ETV Bharat / state

সুধাকণ্ঠৰ গীতেৰে ৰাইজৰ মনোবল বান্ধি ৰখাৰ প্ৰয়াস জীনা ৰাজকুমাৰীৰ - ৰাইজৰ মনোবল বান্ধি ৰখাৰ প্ৰয়াস জীনা ৰাজকুমাৰীৰ

ৰাজ্যত কৰ'ণাতংকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত আতংকত ভূগিছে ৰাজ্যবাসী ৷ কিন্তু ৰাইজক উৎসাহ দিবলৈ সকলোৰে বাবে এটি গীত পৰিৱে‘শন কৰে কন্ঠশিল্পী জীনা ৰাজকুমাৰীয়ে ৷

জীনা ৰাজকুমাৰী
জীনা ৰাজকুমাৰী
author img

By

Published : Apr 5, 2020, 6:34 PM IST

গুৱাহাটী, 5 এপ্ৰিল: " যদি সংঘাত হয়, তেন্তে ধ্বংস হ'ব, গৰ্ব আমাৰ প্ৰগতিৰ...আমি একেখন নাৱৰে যাত্ৰী " ৰাজ্যৰ এই পৰিস্থিতিত অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ গীতেৰে সকলোৰে মনোবল বান্ধি ৰখাৰ প্ৰয়াস কৰিছে ৰাইজৰ এগৰাকী কণ্ঠ শিল্পীয়ে।

জীনা ৰাজকুমাৰী

সংকটৰ সময়ত বিভিন্ন জনগোষ্ঠীয় গীতৰ চৰ্চা কৰা কন্ঠশিল্পী জীনা ৰাজকুমাৰীয়ে চলাইছে এই প্ৰয়াস। ৰাজ্যত বৰ্তমান দুৰ্যোগৰ সময়, এই সময়ছোৱাত সকলোৰে মনোবল হয়তো কৰবাত নহয় কৰবাত ভাঙি যোৱাৰ উপক্ৰম ঘটিছে। সেয়ে সকলোকে মনোবল দিয়াৰ প্ৰয়াসেৰে ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰিলে কন্ঠশিল্পীগৰাকীয়ে । গীতটি গোৱাৰ লগতে সকলোকে লক ডাউন মানি সামাজিক দূৰত্ব অটুট ৰাখি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাই কণ্ঠশিল্পী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.