গুৱাহাটী, 9 ছেপ্তেম্বৰঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত জমাত উলমা এ হিন্দৰ সংবাদমেল ৷ জম্মু-কাশ্মীৰৰ পৰা ধৰা 370নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰা সিদ্ধান্তক সমৰ্থন জমাত উলমা এ হিন্দৰ ৷ জমাত উলমা এ হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চোহেইব কাছিমীয়ে সংবাদমেলত 370নং অনুচ্ছেদ প্ৰত্যাহাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সিদ্ধান্তক উলমা এ হিন্দে সমৰ্থন কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে তেওঁ ভাৰতৰ বৈজ্ঞানিক সকলক চন্দ্ৰযান-2 অভিযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে তেওঁ NRC প্ৰসংগত কয় যে NRCৰ কাম কাজক লৈ আমি সন্তুষ্ট, কিছু বিসংগতি থাকি গৈছে যদিও,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে ৷
370নং অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্তক সমৰ্থন জমাত উলমা এ হিন্দৰ - নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
গুৱাহাটী প্ৰেছ ক্লাবত জমাত উলমা এ হিন্দৰ সংবাদমেল ৷ 370নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰা সিদ্ধান্তক সমৰ্থন জমাত উলমা এ হিন্দৰ ৷ জমাত উলমা এ হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চোহেইব কাছিমীয়ে সংবাদমেলত ভাৰতৰ বৈজ্ঞানিক সকলক চন্দ্ৰযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷
গুৱাহাটী, 9 ছেপ্তেম্বৰঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত জমাত উলমা এ হিন্দৰ সংবাদমেল ৷ জম্মু-কাশ্মীৰৰ পৰা ধৰা 370নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰা সিদ্ধান্তক সমৰ্থন জমাত উলমা এ হিন্দৰ ৷ জমাত উলমা এ হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চোহেইব কাছিমীয়ে সংবাদমেলত 370নং অনুচ্ছেদ প্ৰত্যাহাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সিদ্ধান্তক উলমা এ হিন্দে সমৰ্থন কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে তেওঁ ভাৰতৰ বৈজ্ঞানিক সকলক চন্দ্ৰযান-2 অভিযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে তেওঁ NRC প্ৰসংগত কয় যে NRCৰ কাম কাজক লৈ আমি সন্তুষ্ট, কিছু বিসংগতি থাকি গৈছে যদিও,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে ৷
জমাত উলমা এ হিন্দৰ সমৰ্থন
Body:জমাত উলমা এ হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা শোহেব কাসমীয়ে (Maulana Suhaib Qasimi) ৰাবিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্টিত কৰি কয় যে ভাৰতৰ বিজ্ঞানিক সকলক শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে ইমান ডাঙৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানিক সকলকৰ লগত ভাৰতৰ জনতা সদায় একলগত আছে। আনহাতে শোহেব কাসমীয়ে কয় যে জম্মু কাশ্মীৰৰ পৰা ধৰা ৩৭০ প্ৰত্যাহাৰ কৰা সন্দৰ্ভত কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক জমাত উলমা এ হিন্দে সমৰ্থন কৰিছে। এই এক প্ৰশংসনীয় পদক্ষেপ। কেয়ানো এখন ৰাষ্ট্ৰত দুখন সংবিধান , দুখন পতাকা কতিয়াও হব নোৱাৰে। আনহাতে তেওঁ কয় এন আৰ চিৰ প্ৰসংগত কয় যে আন আৰ চি কাম কাজক লৈ আমি সন্তুষ্ট, যদিও কিছু বিসংগতি থাকি গৈছে, যাক লৈ কেন্দ্রয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অতি গুৰুত্ব সহকাৰে লৈছো।
Conclusion:Aarar Ansari
গুৱাহাটী