ETV Bharat / state

২০২১ত কি ভুমিকা হ'ব নৱগঠিত অসম জাতীয় পৰিষদৰ ?

author img

By

Published : Dec 23, 2020, 9:29 PM IST

ইটিভি ভাৰতৰে এক আছুতীয়া সাক্ষাৎকাৰত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আগন্তুক নিৰ্বাচনত মোগলৰ সেনাপতি ৰামসিংহৰ বিৰুদ্ধে যুঁজ হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ।

jagadish-bhuyan-interview
২০২১ত কি ভুমিকা হ'ব নৱগঠিত অসম জাতীয় পৰিষদৰ ?

গুৱাহাটী, 23 ডিচেম্বৰ : সন্মুখত ২০২১ৰ বিধানসভা নিৰ্বাচন । বিজেপি-কংগ্ৰেছ, এআইইউডিএফৰ সমান্তৰালকৈ নৱগঠিত অসম জাতীয় পৰিষদেও নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। বুধবাৰে গুৱাহাটীৰ মাছখোৱা আন্ধাৰুৱালীৰ পৰায়ে একপ্ৰকাৰ ৰণডংকা বজালে অসম জাতীয় পৰিষদে।

ইটিভি ভাৰতৰে এক আছুতীয়া সাক্ষাৎকাৰত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আগন্তুক নিৰ্বাচনত মোগলৰ সেনাপতি ৰামসিংহৰ বিৰুদ্ধে যুঁজ হ'ব বুলি মন্তব্য প্ৰকাশ কৰে । তাৰোপৰি পৰৱৰ্তী ৰণনীতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে সাধাৰণ সম্পাদক জগদীশ ভূঞাই ।

লগতে পঢ়ক: বড়োসকলক বুৰ্বক বনাবলৈহে বিটিআৰ গঠন কৰা হৈছে: চানছুমা খুংগুৰ বিছমুথিয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.