ETV Bharat / state

দীৰ্ঘ বিৰতিৰ পাছত আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ - আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ

উল্লেখ্য যে, "CAA" বিৰোধী আন্দোলনৰ বাবে গুৱাহাটীৰ খেলসমূহ বাতিল কৰা হৈছিল যদিও শেহতীয়াকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা বাবে অনুষ্ঠিত কৰা হৈছে আই এছ এলৰ খেলখন।

আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ
আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ
author img

By

Published : Feb 7, 2020, 7:14 PM IST

Updated : Feb 7, 2020, 7:33 PM IST

গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ আজি গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লেষ্টাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ। দীৰ্ঘ বিৰতিৰ পাছত শুকুৰবাৰে অনুষ্ঠিত হ'ব আই এছ এলৰ এই খেলখন। উল্লেখ্য যে, "CAA" বিৰোধী আন্দোলনৰ বাবে গুৱাহাটীৰ খেলসমূহ বাতিল কৰা হৈছিল যদিও শেহতীয়াকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা বাবে অনুষ্ঠিত কৰা হৈছে আই এছ এলৰ খেলখন। আনহাতে পইন্ট তালিকাৰ নৱম স্থানত নৰ্থ ইষ্ট ইউনাইটেড এফ চি থকাৰ বিপৰীতে অষ্টম স্থানত আছে কেৰালা । যাৰ বাবে ঘৰুৱা দলটোৱে এই খেলখনত জয়ী হৈ পইন্ট তালিকাত উন্নীত হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আনহাতে ক্ৰীড়া প্ৰেমীও নৰ্থ ইষ্ট ইউনাইটেড এফ চি জয়ী হ'ব বুলি আশাবাদী ।

Intro:আজি গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰেলা ব্লেষ্টাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ। দীৰ্ঘ বিৰতিৰ পিছত আজি অনুষ্ঠিত হ'ব আই এছ এলৰ এই খেলখন। কা' বিৰোধী আন্দোলনৰ বাবে গুৱাহাটীৰ খেলসমূহ বাতিল কৰা হৈছিল। কিন্তু এতিয়া শেহতীয়া উন্নত পৰিস্থিতি আৰু খেল' ইণ্ডিয়া শেষ হোৱাৰ পিছতে অনুষ্ঠিত কৰা হৈছে আই এছ এলৰ খেল। ইফালে পইন্ট তালিকাৰ নৱম স্থানত নৰ্থ ইষ্ট ইউনাইটেড এফ চি থকাৰ বিপৰীতে কেৰেলা আছে অষ্টম স্থানত। যাৰ বাবে ঘৰুৱা দলটোৱে এই খেলখনত জয়ী হৈ পইন্ট তালিকাত উন্নিত হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আনহাতে ক্ৰীড়া প্ৰেমীও নৰ্থ ইষ্ট ইউনাইটেড এফ চি জয়ী হ'ব বুলি আশাবাদী হৈ পৰিছে।

Video RTU format

Body:Hirul haque

Conclusion:Guwahati
Last Updated : Feb 7, 2020, 7:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.