ETV Bharat / state

২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান - এছ অ' পি

সকলো বিদ্যালয়তে সোম, বুধ আৰু শুকুৰবাৰে চলিব নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান । মঙল, বৃহস্পতি আৰু শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব । প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী সকলক দুটাকৈ গোটত ভাগ কৰি এটা গোটক পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু আনটো গোটক দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰা হ’ব ।

class
২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান
author img

By

Published : Sep 17, 2020, 5:10 AM IST

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : ক'ৰনা বিভীষিকাৰ মাজতে ৰাজ্যত ২১ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব বিদ্যালয় সমূহৰ পাঠদান । বুধবাৰে ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰে এই সম্পৰ্কীয় এছ অ' পি । সেই অনুসৰি ২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব । ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱকৰ লিখিত অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ আহি পাঠ গ্ৰহণ কৰিব পাৰিব ।

class
২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

সকলো বিদ্যালয়তে সোম, বুধ আৰু শুকুৰবাৰে চলিব নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান । মঙল, বৃহস্পতি আৰু শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব । প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী সকলক দুটাকৈ গোটত ভাগ কৰি এটা গোটক পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু আনটো গোটক দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰা হ’ব ।

class
২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

প্ৰথমটো গোটৰ শিক্ষাৰ্থীসকল ঘৰলৈ ঘূৰি যোৱাৰ পাচতহে আৰম্ভ হ’ব দ্বিতীয়টো গোটৰ পাঠদান । বিদ্যালয় সমূহত ৫০ শতাংশ শিক্ষক-কৰ্মচাৰী উপস্থিত থাকিব লাগিব । যিসকল শিক্ষক-কৰ্মচাৰী বৃক্ক, মধুমেহ, হৃদৰোগ আৰু কৰ্কট ৰোগত আক্ৰান্ত তেওঁলোকক বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত এই এছ অ' পিৰ জৰিয়তে বাৰণ কৰা হৈছে ।

বিদ্যালয় কৰ্তৃপক্ষই প্ৰতি সপ্তাহতে শিক্ষাৰ্থী আৰু শিক্ষক-কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগিব । কমেও ছয় ফুট ব্যৱধানত শিক্ষাৰ্থীক বহুৱাইহে পাঠদান কৰিব লাগিব । কোনো বিদ্যালয়তে বায়'মেট্ৰিক উপস্থিতিৰ ব্যৱস্থা থাকিব নোৱাৰিব । চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা থাকিব লাগিব বিদ্যালয় সমূহত ।

লগতে পঢ়ক : ৰিমখিমস্থিত ভাৰতৰ শেষৰটো চেক-পোষ্টলৈ পথ সংযোগৰ বাবে সাজু বিআৰঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.