মিৰ্জা, 6 চেপ্তেম্বৰঃ মিৰ্জা আবকাৰী বিভাগৰ জালত পৰিল অবৈধ চুলাই ব্যৱসায়ী । বৃহস্পতিবাৰে মিৰ্জা আবকাৰী বিভাগৰ বিষয়া সতীশ বৰ্মনৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় চুলাই ব্যৱসায়ীদুজনক । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লোক দুজনে দক্ষিণ কামৰূপত চলাই গৈছিল অবৈধ চুলাইৰ বেহা । এক গোপন সূত্ৰৰ পম খেদি দক্ষিণ কামৰূপৰ ঝাৰোবড়ী আৰু বঙৰাৰ পৰা লোককেইজনক হাতে-লোটে ধৰি আটক কৰে আবকাৰী বিভাগে ৷ লগতে লোককেইজনৰ পৰা প্ৰায় ১০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰে । আটকাধীন লোককেইজনক শুকুৰবাৰে আমিনগাঁওস্থিত CJM আদালতত হাজিৰ কৰোৱা হ'ব ।
মিৰ্জাত দুই চুলাই ব্যৱসায়ী গ্ৰেপ্তাৰ
মিৰ্জা আবকাৰী বিভাগৰ অভিযানত জব্দ ১০০ লিটাৰৰো অধিক অবৈধ চুলাই, দুজনক আটক । আটকাধীন লোককেইজনক শুকুৰবাৰে আমিনগাঁওস্থিত CJM আদালতত হাজিৰ কৰোৱা হ'ব ।
মিৰ্জা, 6 চেপ্তেম্বৰঃ মিৰ্জা আবকাৰী বিভাগৰ জালত পৰিল অবৈধ চুলাই ব্যৱসায়ী । বৃহস্পতিবাৰে মিৰ্জা আবকাৰী বিভাগৰ বিষয়া সতীশ বৰ্মনৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় চুলাই ব্যৱসায়ীদুজনক । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লোক দুজনে দক্ষিণ কামৰূপত চলাই গৈছিল অবৈধ চুলাইৰ বেহা । এক গোপন সূত্ৰৰ পম খেদি দক্ষিণ কামৰূপৰ ঝাৰোবড়ী আৰু বঙৰাৰ পৰা লোককেইজনক হাতে-লোটে ধৰি আটক কৰে আবকাৰী বিভাগে ৷ লগতে লোককেইজনৰ পৰা প্ৰায় ১০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰে । আটকাধীন লোককেইজনক শুকুৰবাৰে আমিনগাঁওস্থিত CJM আদালতত হাজিৰ কৰোৱা হ'ব ।
Body:Ocvo..মিৰ্জা আবকাৰী বিভাগৰ জালত ২ অবৈধ চুলাই ব্যৱসায়ী । মিৰ্জা আবকাৰী বিভাগৰ বিষয়া সতীশ বৰ্মনৰ নেতৃত্বত চলা অভিযানত আটক হয় লোক২জন । দীৰ্ঘদিন ধৰি লোকদুজনে দক্ষিণ কামৰূপত চলাই গৈছিল অবৈধ চুলাইৰ বেহা । এক গোপন সুত্ৰৰ পম খেদি দক্ষিণ কামৰূপৰ ঝাৰোবড়ী আৰু বঙৰাৰ পৰা লোককেইজনক হাতে-লুতে ধৰি আটক কৰাৰ লগতে লোককেইজনৰ পৰা প্ৰায় ১০০ৰো অধিক লিটাৰ চুলাই মদ জব্দ কৰে আবকাৰী বিভাগে । Conclusion:আটকাধীন লোককেইজনক অহাকালি আমিনগাস্থিত CJM আদালতত হাজিৰ কৰোৱা হ'ব ।
Bite..আবকাৰী বিষয়া ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam