ETV Bharat / state

প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী

author img

By

Published : Nov 19, 2019, 4:55 PM IST

আই আই টি গুৱাহাটীত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ ৷ সঞ্চালকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী ।

প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী

গুৱাহাটী,19 নৱেম্বৰ: সোমবাৰে আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীসকলে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ অধ্যাপক ড৹ বি. কে. ৰায়ক নিলম্বন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আই আই টিৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী । দীৰ্ঘদিন ধৰি আই আই টি গুৱাহাটীত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে অধ্যাপক ড৹ ৰায়ে । শেহতীয়াভাৱে ইছৰোৰ মুৰব্বীক আই আই টি ত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে পত্ৰ লিখিছিল অধ্যাপক ৰায়ে । দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা বাবে নিলম্বন কৰাৰ অভিযোগত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ হাতত মমবাতি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে । নিলম্বন উঠাই ল'বলৈ প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে আই আই টিৰ চৌহদ ।

উল্লেখ্য যে ড৹ ৰায় আই আই টি গুৱাহাটীৰ ইলেকট্ৰনিক ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক ৷

আৰু পঢ়ক চৰাইপুঙত হাতীৰ আক্ৰমণত নিহত এজন

Intro:*SLUG= NORTH GHY- IIT GHY STUDENT HALLABOL*

👉 আই আই গুৱাহাটীত হাল্লাবোল ।

👉 সঞ্চালকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিল আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী ।

👉 প্ৰফেচাৰ ড০ বি. কে. ৰায়ক নিলম্বন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আই আই টিৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী ।

Body:👉 দীৰ্ঘদিন ধৰি আই আই গুৱাহাটীত চলি থকা দুনীৰ্তিৰ বিৰুদ্ধে মাত মাতি আহিছে প্ৰফেচাৰ ড০ ৰায়ে ।

👉 শেহতীয়া ভাবে ISRO ৰ মুৰব্বীক আই আই টি ত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে পত্ৰ লিখিছিল প্ৰফেচাৰ ৰায়ে ।

👉 দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা বাবে নিলম্বন কৰাৰ অভিযোগত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ হাতত মমবাতি লৈ প্ৰতিবাদী সমদল ।
Conclusion:
👉 নিলম্বন উঠাই লবলৈ বিভিন্ন শ্লোগানে উত্তাল কৰিলে আই আই টিৰ চৌহদ ।

👉 ড০ ৰায় আই আই টি গুৱাহাটীৰ ইলেকট্ৰনিক ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ প্ৰফেচাৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.