ETV Bharat / state

অভিনন্দনৰ আগমনত গুৱাহাটীতো আনন্দ - ভাৰতীয় বায়ু সেনা

অভিনন্দনক আদৰণি জনাই গুৱাহাটীবাসীয়ে উদযাপন কৰে আনন্দোৎসৱ

বীৰ জোৱান অভিনন্দন স্বদেশলৈ উভতনিৰ আনন্দ গুৱাহাটীত
author img

By

Published : Mar 1, 2019, 9:25 PM IST

গুৱাহাটী,১ মাৰ্চঃ পাকিস্তানত দুদিন ধৰি বন্দীহৈ থকা ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰঅভিনন্দনৰ ভাৰতৰ ভূমিত পদাৰ্পণ হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰেসমগ্ৰ ভাৰতবাসী।

বীৰ জোৱান অভিনন্দন স্বদেশলৈ উভতনিৰ আনন্দ গুৱাহাটীত
গুৱাহাটীতো অভিনন্দনৰ ভাৰত আগমনক আদৰণি জনাই গুৱাহাটীবাসীয়ে উদযাপন কৰে আনন্দোৎসৱ। ফাঁচী বজাৰবাসীয়ে ফাকুৱা খেলি, ফটকা ফুটাই ,ৰাইজৰ মাজত মিঠাই বিতৰণ কৰি অভিনন্দনক আদৰণি জনায় মাতৃভূমিলৈ।

Intro:ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত কেইটামান দিন বাকী থাকোতে শুকুৰবাৰে মহানগৰীত উদযাপন হ'ল ফাকুৱা। ফাকুৱাৰ ৰঙে মহানগৰীৰ আকাশ-বতাহ ৰঙীন কৰাৰ সমান্তৰালে ফুটবল ফটকা।

Body:পাকিস্তানত দুদিন ধৰি বন্দীত্ব হৈ থকা ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডেণ্ট অভিনন্দন ভাৰতৰ ভূমিত প্ৰদাৰ্পন হোৱাৰ লগে লগে সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈ উঠে। মহানগৰী গুৱাহাটীতো অভিনন্দনৰ ভৰত আগমনক আদৰণি জনাই গুৱাহাটীবাসীয়ে উদযাপন কৰে ফাকুৱা আৰু দেৱালী। ফাঁচী বজাৰত ৰাইজ উৎফুল্লিত হৈ আকাশ-বতাহ ৰঙীন কৰি তোলে। ফাঁচী বজাৰবাসীয়ে ফাকুৱা খেলি, ফটকা ফুটাই আৰু মিঠাই খাই অভিনন্দনক মাতৃভূমিলৈ আদৰণি জনায়। হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ, ভৰত মাতা কি জয় ধ্বনি দি ৰাজপথলৈ ওলাই আহি অভিনন্দনক আদৰণি জনায়।

বাইট: ফাঁচী বজাৰৰ স্থানীয় নাগৰিক

Conclusion:জম্মু কাশ্মীৰৰ ফুলৱামাত পাকিস্তানী সন্ত্ৰসবাদী সংগঠনৰ ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানত থকা উগ্ৰপন্থী সংগঠনৰ শিবিৰত আক্ৰমণ চলাইছিল। পাকিস্তানৰ উগ্ৰপন্থী শিবিৰত আক্ৰমণ চলাবলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডেণ্ট অভিনন্দনক পাকিস্তানী সেনাই আটক কৰিছিল। শুকুৰবাৰে পাকিস্তান ভাৰত-পাকিস্তানৰ বাঘা সীমান্তৰে অভিনন্দনক ভাৰতলৈ ঘূৰাই পঠায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.