ETV Bharat / state

ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্ৰিয়া - homen borgohain death

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হ’ব প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ ৷ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব সাহিত্যিক গৰাকীৰ ৷

homen borgohain
homen borgohain
author img

By

Published : May 12, 2021, 9:58 AM IST

Updated : May 12, 2021, 10:21 AM IST

ক’ভিড পৰীক্ষা সম্পন্ন হ’ল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ নশ্বৰ দেহৰ

নিগেটিভ পোৱা গৈছে হোমেন বৰগোহাঞিৰ ক’ভিড পৰীক্ষাৰ ফলাফল

ৰাষ্ট্ৰীয় মৰ্যাদাৰে সমাপন কৰা হ’ব শেষকৃত্য

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব হোমেন বৰগোহাঞিৰ

জি এন আৰ চিৰ পৰা হেঙেৰাবাৰীৰ বাসভৱনলৈ লৈ যোৱা হ’ব নশ্বৰ দেহ

ইতিমধ্যে জি এন আৰ চি হাস্পতালত ভিৰ কৰিছেহি সাহিত্যিক গৰাকীৰ গুণমুগ্ধই

জি এন আৰ চিত পুৱা 6.58 বজাত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে

Last Updated : May 12, 2021, 10:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.