গুৱাহাটী, 21 মে': হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় "বিদেশী সমস্যা, ভিত্তিবৰ্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকা" শীৰ্ষক এখনি আলোচনা চক্ৰ ৷ সোমবাৰে অনুষ্ঠিত কৰা আলোচনা চক্ৰ খনিত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষক লৈ সৃষ্টি হোৱা বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ সন্দেহক লৈ আয়োজন কৰা হয় আলোচনা চক্ৰ খনি ৷ উক্ত আলোচনা চক্ৰ খনিত অসমত স্বাভাৱিক ভাৱে অবৈধ বিদেশী প্ৰবজন হোৱা নাই ইয়াক কৃত্ৰিম ভাৱে উদ্দেশ্য প্ৰনোদিত ভাৱে ইয়াত বিদেশী আমদানি কৰা হৈছে বুলি দাবী কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ ভিত্তিবৰ্ষ কোনোকালে 1971 চন হ'ব নোৱাৰে 1951 চন হ'ব লাগিব বুলি দাবী কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে ভিত্তিবৰ্ষক লৈ বহু কেইটা দল সংগঠনে গোচৰ তৰিচে সেই গোচৰৰ চূড়ান্ত ৰায়দান নোহোৱাকৈ 1971 চন ভিত্তিবৰ্ষ কৰিলে নহ'ব, এই বিষয়টো পৰিষদে কেতিয়াও মানি নলয় বুলি প্ৰকাশ কৰে আলোচনা চক্ৰ খনিত ৷
হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত "বিদেশী সমস্যা, ভিত্তিবৰ্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকা" শীৰ্ষক আলোচনা - গুৱাহাটী প্ৰেছ ক্লাৱ
সোমবাৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষক লৈ সৃষ্টি হোৱা বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ সন্দেহ সন্দৰ্ভত আলোচনা কৰা হয় ৷
![হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত "বিদেশী সমস্যা, ভিত্তিবৰ্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকা" শীৰ্ষক আলোচনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3337892-thumbnail-3x2-hindu-yuba-satra-parishad-asom.jpg?imwidth=3840)
গুৱাহাটী, 21 মে': হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় "বিদেশী সমস্যা, ভিত্তিবৰ্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকা" শীৰ্ষক এখনি আলোচনা চক্ৰ ৷ সোমবাৰে অনুষ্ঠিত কৰা আলোচনা চক্ৰ খনিত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষক লৈ সৃষ্টি হোৱা বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ সন্দেহক লৈ আয়োজন কৰা হয় আলোচনা চক্ৰ খনি ৷ উক্ত আলোচনা চক্ৰ খনিত অসমত স্বাভাৱিক ভাৱে অবৈধ বিদেশী প্ৰবজন হোৱা নাই ইয়াক কৃত্ৰিম ভাৱে উদ্দেশ্য প্ৰনোদিত ভাৱে ইয়াত বিদেশী আমদানি কৰা হৈছে বুলি দাবী কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ ভিত্তিবৰ্ষ কোনোকালে 1971 চন হ'ব নোৱাৰে 1951 চন হ'ব লাগিব বুলি দাবী কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে ভিত্তিবৰ্ষক লৈ বহু কেইটা দল সংগঠনে গোচৰ তৰিচে সেই গোচৰৰ চূড়ান্ত ৰায়দান নোহোৱাকৈ 1971 চন ভিত্তিবৰ্ষ কৰিলে নহ'ব, এই বিষয়টো পৰিষদে কেতিয়াও মানি নলয় বুলি প্ৰকাশ কৰে আলোচনা চক্ৰ খনিত ৷
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী