ETV Bharat / state

শিক্ষামন্ত্ৰী সালসলনি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া - himanta biswa sarma reaction

দেওবাৰে সোণোৱাল মন্ত্ৰীসভা সালসলনি সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীসভাৰ সালসলনি এক গতানুগতিক প্ৰক্ৰিয়া বুলি মন্তব্য কৰে পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা হিমন্তই ৷

হিমন্ত বিশ্ব শৰ্মা
শিক্ষামন্ত্ৰী সালসলনি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jan 19, 2020, 4:38 PM IST

গুৱাহাটী, 19 জানুৱাৰীঃ সোণোৱাল মন্ত্ৰীসভা সালসলনি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া । "বিভাগসমূহ কৰ্তন বা সালসলনি হোৱাটো কোনো ডাঙৰ কথা নহয় । এইটো এক গতানুগতিক প্ৰক্ৰিয়া ।" সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষামন্ত্ৰী পদৰ পৰা বদলি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰা সন্দৰ্ভত দেওবাৰে দিল্লীলৈ যোৱাৰ পূৰ্বে গুৱাহাটীত এনেদৰে মন্তব্য কৰে শৰ্মাই ৷

শিক্ষামন্ত্ৰী সালসলনি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

আনহাতে, পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সন্দৰ্ভত কোনো মন্তব্য নকৰে মন্ত্ৰী হিমন্তই ৷ শিক্ষা বিষয়াসকলৰ লগত আলোচনা কৰি নতুনকৈ ল'বলগীয়া ব্যৱস্থাৰ ওপৰত বক্তব্য প্ৰদান কৰিম বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
আৰু পঢ়কঃ কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ 'পুণ্যধাম যাত্ৰা'

Intro:সোণোৱাল মন্ত্ৰীসভা সালসলনি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।

"বিভাগসমূহ কৰ্তন বা সালসলনি হোৱাটো কোনো ডাঙৰ কথা নহয়।

এইটো এক গতানুগতিক প্ৰক্ৰিয়া।

পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সন্দৰ্ভত মুখ নুখুলিলে মন্ত্ৰীগৰাকীয়ে।

শিক্ষা বিষয়াসকলৰ লগত আলোচনা কৰি নতুনকৈ ল'বলগীয়া ব্যৱস্থাৰ ওপৰত বক্তব্য প্ৰদান কৰিম।"

দিল্লীলৈ যোৱাৰ পূৰ্বে গুৱাহাটীত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.