ETV Bharat / state

সাৱধান ! 1094 খন গাঁৱলৈ জাপানীজ এনকেফেলাইটিছৰ ব্যাধি - দিছপুৰ জনতা ভৱন

শনিবাৰে দিছপুৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সাৱধান ! 1094 খন গাঁৱলৈ জাপানীজ এনকেফেলাইটিছৰ ব্যাধি
author img

By

Published : Jul 6, 2019, 10:48 AM IST

  • মহানগৰীৰ দিছপুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
  • জাপানীজ এনকেফেলাইটিছৰ ওপৰত সংবাদমেল
  • ৰাজ্যত high alert ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
  • ৰাজ্যৰ 1094 গাঁৱত Japanese Encephalitis effected village হিচাপে চিহ্নিত কৰা হৈছে
  • 1094 গাঁৱলৈ প্ৰেৰণ কৰা হৈছে চিকিৎসকৰ বিশেষ শিবিৰ
  • চিকিৎসক , নাৰ্ছৰ লগতে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীক চুটি বাতিল
  • ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে বাতিল কৰা হৈছে চুটি
  • বিশেষ জৰুৰী কাৰণত চুটি ল’ব লগা হ’লে উপায়ুক্তৰ পৰা ল’ব লাগিব চুটি
  • শনিবাৰৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসা বিনামূলীয়া
  • ৰোগীৰ যাতায়তৰ বাবেও দিয়া হ’ব 1000 টকা
  • ব্যক্তিগত হস্পিতালত থকা ৰোগী সকলকো ৰাজ্য চৰকাৰে 1 লাখ টকা সাহাৰ্য প্ৰদান কৰিব
  • স্বাস্থ্য বিভাগৰ গুৰুত্ব দিব তেজৰ নমুনা পৰীক্ষা কৰাত
  • প্ৰতিটো blood test ৰ বিপৰীতে স্বাস্থ্য কৰ্মী সকলক ৫ টকাকৈ দৰমহাৰ ওপৰত দিব ৰাজ্য চৰকাৰে
    ETV BHARAT
    সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব

Intro:Body:

Big breaking

মহানগৰীৰ দিছ্পুৰ জনতা ভৱনত  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল --- Japanese Encephalitis বিষয়ৰ ওপৰত সংবাদমেল

•  ৰাজ্যত high alert ঘোষণা  স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । 

• ৰাজ্যৰ  ১০৯৪ গাঁওত Japanese Encephalitis effected village হিচাপে চিহ্নিত কৰা হৈছে, তাত স্বাস্থ্য বিভাগে আতাতকৈ গুৰুত্ব দি আছে । প্ৰেৰণ কৰা হৈছে চিকিৎসকৰ বিশেষ শিবিৰ । 

• চিকিৎসক , নাৰ্ছৰ লগতে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰিক চুটি বাতিল ।  ছেপ্টেম্বৰ ৩০ তাৰিখৰ লৈকে বাতিল কৰা হৈছে চুটি । বিশেষ জৰুৰী কাৰণত চুটি লব লগা হলে উপায়ুক্তৰ পৰা লব লাগিব চুটি । 

• জাপানীচ অঙ্কেফ্লাইটিছ ৰোগত কৰাত সকলো ৰোগীৰ চিকিৎসা বিনামূলীয়া আজিৰ পৰা । ৰোগীৰ যাতায়তৰ বাবেও  দিয়া হব ১০০০ টকা । ব্যক্তিগত হস্পিতালত থকা ৰোগী সকলকো ৰাজ্য চৰকাৰে ১লাখ টকা সাহাৰ্য প্ৰদান কৰিব । 

# ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ এতিয়া আতাতকৈ গুৰুত্ব দিছে তেজৰ নমুনা পৰীক্ষা কৰাত । প্ৰতিটো blood test ৰ বিপৰীতে স্বাস্থ্য কৰ্মী সকলক ৫টকা কৈ দৰমহাৰ ওপৰত দিব ৰাজ্য চৰকাৰে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.