ETV Bharat / state

নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By

Published : Jun 11, 2022, 10:14 PM IST

নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যিক নিৰ্বাচন আয়োগে ২০১৯ চনৰ 18 এপ্ৰিলত নিম্ন আদালতত এক গোচৰ তৰিছিল । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে বৰ্তনামৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দোষমুক্ত ঘোষণা কৰে ।

নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা
নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা

গুৱাহাটী, 11 জুন: নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শণিবাৰে এক গোচৰৰ শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Himanta Biswa Sarma get clean chit from Guwahati high court in model code of conduct case) ।

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰিপুণ বৰা আৰু তদানীন্তন সাধাৰণ সম্পাদক দিগন্ত চৌধুৰীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আচৰণ বিধি উলংঘন কৰা সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগক তিনিটা অভিযোগ দিছিল ।

এই অভিযোগৰ ভিত্তিত ৰাজ্যিক নিৰ্বাচন আয়োগে ২০১৯ চনৰ 18 এপ্ৰিলত নিম্ন আদালতত এক গোচৰ তৰে । পৰৱৰ্তী সময়ত নিম্ন আদালতে এই গোচৰৰ শুনানী গ্ৰহণ কৰি লোকসভা নিৰ্বাচনত বিজেপিৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আচৰণ বিধি উলংঘনৰ অভিযোগত জৰিমনা বিহে আৰু তিনি সপ্তাহৰ পিছত মন্ত্ৰী ড৹ শৰ্মাক পুনৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে ।

পিছত ড৹ হিমন্ত বিশ্ব শৰ্মাই নিম্ন আদালতৰ শুনানীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনায় । এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে (Justice Rumi Kumari phukan) বৰ্তনামৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দোষমুক্ত ঘোষণা কৰে ।

লগতে পঢ়ক: নাগালেণ্ডৰ নিৰীহ হত্যাকাণ্ড: এজন মেজৰসহ ৩০ সেনা জোৱানক দোষী সাব্যস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.