ETV Bharat / state

আকাশলংঘী পিয়াঁজৰ মূল্য, কুম্ভকৰ্ণ নিদ্ৰাত যোগান বিভাগ - গুৱাহাটী

ৰাজ্যত এতিয়া প্ৰতি কিল'গ্ৰাম পিয়াঁজৰ মূল্য 100 টকাত কৈও অধিক দামত বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে ৷ কিন্তু নীৰৱ ভূমিকা চৰকাৰ তথা প্ৰশাসনৰ ৷

ETV BHARAT
আকাশলংঘী পিয়াঁজৰ মূল্যত সৰ্বস্ৰান্ত সাধাৰণ গ্ৰাহকঃ কুম্ভ নিদ্ৰাত যোগান বিভাগ
author img

By

Published : Dec 8, 2019, 11:27 PM IST

গুৱাহাটী,8 ডিচেম্বৰঃ প্ৰতি দিনেই মূল্যবৃদ্ধি হৈ গৈ আছে পিয়াঁজৰ মূল্য। ব্যৱসায়ীসকলেও যেন পিয়াঁজৰ মূল্য বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকৰ পৰা অধিক দাম লৈ বিক্ৰী কৰিছে পিয়াঁজ ৷

আকাশলংঘী পিয়াঁজৰ মূল্যত অতিষ্ঠ সাধাৰণ গ্ৰাহক

সাধাৰণ গ্ৰাহকক মাধমাৰ শোধায় দিনে দিনে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰী ৷ বৰ্তমান ফাঁচী বজাৰত প্ৰতি কেজি পিয়াঁজৰ মূল্য হৈছেগৈ ৭০ টকাৰ পৰা ৯৪ টকা । ইফালে গণেশগুৰিৰ খুচুৰা বজাৰতো প্ৰতি কিলো পিয়াঁজৰ মূল্য হৈছেগৈ ১০০ টকা।
আনহাতে, পিয়াঁজৰ এই অত্যাধিক মূল্যৰ বাবে গ্ৰাহকে ক্ৰয় কৰিব লগা হৈছে কম পৰিমাণৰ পিয়াঁজ। কোনোবাই যদি ১ কেজিৰ তুলনাত আধা কেজি। কোনোবাই আকৌ পিয়াঁজ ক্ৰয় নকৰাকৈয়ে ওলটি আহিবলগীয়া হৈছে। কিন্তু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কোনো কাণসাৰ নাই যোগান বিভাগৰ ৷ অতি শীঘ্ৰে পিয়াঁজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান সৰ্বসাধাৰণ ৰাইজৰ ৷

লগতে পঢ়ক - CAB ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল অব্যাহত

Intro:পিয়াঁজে কোবালে চেঞ্চুৰী

Body:প্ৰতি দিনেই মূল্য বৃদ্ধি হৈ গৈ আছে পিয়াঁজৰ। ব্যৱসায়ীসকলেও যেন পিয়াঁজৰ মূল্য বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকৰ পৰা অধিক দাম লৈ মাধমাৰ শোধাইছে ।

ফাঁচী বজাৰত প্ৰতি কেজি পিয়াঁজৰ মূল্য হৈছেগৈ ৭০ টকাৰ পৰা ৯৪ টকা । ইফালে গণেশগুৰিৰ খুচুৰা বজাৰতো প্ৰতি কিলো পিয়াঁজৰ মূল্য হৈছেগৈ ১০০ টকা।

Bite - ফাঁচী বজাৰ হ'লচেল ব্যৱসায়ী । 1,2,3 আৰু 4

পিয়াঁজৰ এই অত্যধিক মূল্যৰ বাবে গ্ৰাহকে ক্ৰয় কৰিব লগা হৈছে কম পৰিমাণৰ পিয়াঁজ। কোনোবাই যদি ১ কেজিৰ তুলনাত আধা কেজি। কোনোবাই আকৌ ৫ কেজি ক্ৰয় কৰিবলৈ আহি নিব লগা হৈছে ২ কেজি। গণেশগুৰিৰ খুচুৰা বজাৰত দেখা গল এই দৃশ্য।

Bite - গ্ৰাহক । 1 আৰু 2

লক্ষণীয়ভাৱে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যোগান বিভাগে। জানিব পৰা মতে মহানগৰীৰ পাৰ্শ্বৱতি অঞ্চলসমূহত প্ৰতি কেজি পিয়াঁজ ১০০ টকাৰ পৰা ১৩০ টকা মূল্যত বিক্ৰী কৰি আছে।

Bite - গণেশগুৰিৰ খুচুৰা ব্যৱসায়ী । 1 আৰু 2

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.