ETV Bharat / state

দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতিৰ বিৰুদ্ধে উঃন্যাঃ দাখিল চতুৰ্থখন আবেদন

author img

By

Published : Jun 25, 2020, 5:12 AM IST

উচ্চ ন্যায়ালয়ৰ অধিবক্তা ক্ৰমে তুলাৰাম গগৈ আৰু কৌস্তভ কল্যান গগৈৰ যুক্তিৰ ভিত্তিত মুখ্য ন্যায়াধীশৰ আদালতে আবেদন খন পৰবৰ্তী শুনানীৰ বাবে গ্ৰহণ কৰে ৷ দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল হ'ল মুঠ চাৰিখন আবেদন ৷

High court PIL
High court PIL

গুৱাহাটী, 25 জুনঃ দিহিং পাটকাই হাতী সংৰক্ষিত বনাঞ্চলৰ অংশ চেলাকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত ভাৰত চৰকাৰে কয়লা মুক্ত খননৰ বাবে দিয়া Wildlife Clarence আৰু কাৰ্যকৰী সমিতিৰ National Board for Wildlife (NBWL)ৰ আইনগত বৈধতাক প্ৰত্যাহ্বান জনাই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰী বসন্ত ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল কৰে ।

দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতিৰ বিৰুদ্ধে উঃন্যাঃ দাখিল চতুৰ্থখন আবেদন

উচ্চ ন্যায়ালয়ৰ অধিবক্তা ক্ৰমে তুলাৰাম গগৈ আৰু কৌস্তব কল্যান গগৈৰ যুক্তিৰ ভিত্তিত মুখ্য ন্যায়াধীশৰ আদালতে আবেদন খন পৰবৰ্তী শুনানীৰ বাবে গ্ৰহণ কৰে ৷ এই সম্পৰ্কীয় ন্যয়ালয়ত বিচাৰাধীন পূৰ্বৰ আবেদনৰ সৈতে একেলগে শুনানী লোৱাৰ সিদ্ধান্ত লয় ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ত দাখিল চতুৰ্থখন আবেদন
উচ্চ ন্যায়ালয়ত দাখিল চতুৰ্থখন আবেদন

বসন্ত ডেকাৰ এই আবেদনৰ সৈতে মুঠ চাৰিখন আবেদন উত্তৰ পূৱৰ আমাজন খ্যাত দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল হ'ল ৷

লগতে পঢ়কঃ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মহানগৰীয়া জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.