ETV Bharat / state

এন আৰ চি সন্দৰ্ভত জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ প্ৰতিক্ৰিয়া - ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

এন আৰ চিক সন্দৰ্ভত জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিড আহমেদ চৌধুৰীৰ মন্তব্য
author img

By

Published : Aug 30, 2019, 3:28 PM IST

Updated : Sep 9, 2019, 2:31 PM IST

গুৱাহাটী, 30 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে মন্তব্য আগবঢ়ায় ৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ নাম কমকৈ প্ৰকাশ পাইছিল বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে ৷ লগতে চৰকাৰে শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাটো বিচৰা নাই বুলিও মত প্ৰকাশ কৰে ৷ তাৰ বিপৰীতে অসমৰ সংখ্যালঘু ৰাইজ সদায় এখন শুদ্ধ এন আৰ চিৰ পক্ষত আছে বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে ৷

এন আৰ চিক সন্দৰ্ভত জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিড আহমেদ চৌধুৰীৰ মন্তব্য

গুৱাহাটী, 30 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে মন্তব্য আগবঢ়ায় ৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ নাম কমকৈ প্ৰকাশ পাইছিল বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে ৷ লগতে চৰকাৰে শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাটো বিচৰা নাই বুলিও মত প্ৰকাশ কৰে ৷ তাৰ বিপৰীতে অসমৰ সংখ্যালঘু ৰাইজ সদায় এখন শুদ্ধ এন আৰ চিৰ পক্ষত আছে বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে ৷

এন আৰ চিক সন্দৰ্ভত জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিড আহমেদ চৌধুৰীৰ মন্তব্য
Intro:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিড আহমেদ চৌধুৰীৰ মত


Body:৩১ আগষ্টত প্ৰকাশ পাব বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা। চুড়ান্ত তালিকা প্ৰকাশৰ প্ৰকমুহূৰ্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিড আহমেদ চৌধুৰীয়ে নিজৰ মত ব্যক্ত কৰি কয় 'যোৱা 1 আগষ্টত ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ যি খচৰা প্ৰকাশৰ তালিকা ওলাইছিল তাত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ নাম কমকৈ প্ৰকাশ পাইছিল। কিন্তু তাক ষড়যন্ত্ৰমূলকভাৱে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ নাম কৰ্তন কৰাত লাগি পৰিছে। উচ্চতম ন্যায়ালয়ৰ হেচাত প্ৰতীক হাজেলাই এই কাৰ্য্য কৰিছে বুলিও কয় অধিবক্তা গৰাকীয়ে। এন আৰ চি নামত এটা বিশেষ সম্প্ৰদায়ক মূল লক্ষ্য কৰি লৈ হাৰাশাস্তি কৰি আহিছে। অসমৰ পৰা 40 লাখ বিদেশী উলিয়াই দিয়া বুলি অমিত শ্বাহে কৈছিল কিন্তু কিয় এতিয়া মুছলমান লোকসকলক এনেকৈ মূল লক্ষ্য কৰি লৈ হাৰাশাস্তি কৰিছে তাৰ উত্তৰ লাগে। গতিকে চৰকাৰে এখন শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাটো বিচৰা নাই'।
Conclusion:
লগতে এখন শুদ্ধ এন আৰ চি প্ৰকাশৰ বাবে আহ্বান জনায়। মুছলমান লোকসকলে সদায় ইয়াৰ পক্ষত আছে বুলিও কয়।


Asrar Ansari
Guwahati
Last Updated : Sep 9, 2019, 2:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.