ETV Bharat / state

সংকটত ৰাজ্যৰ জিম মালিকসন্থাৰ লগতে শৰীৰ চৰ্চাবিদসকল - শৰীৰ চৰ্চাবিদ গোলাপ ৰাভা , গৌতম কলিতাৰ লগতে অচুৎ কলিতাও

সমগ্ৰ অসমতে প্ৰায় ৫০ হাজাৰ লোক জিমৰ লগত জড়িত হৈ আছে ৷ অৰ্থাৎ তেওঁলোকৰ পৰিয়ালসকলৰ সৈতে ৰাজ্যৰ জিম খণ্ডটোত ১ ৰ পৰা ২ লাখ লোক পৰোক্ষভাৱে নিৰ্ভৰশীল।

Gym owner pressmeet at Guwahati
চৰকাৰলৈ সহায়ৰ আহ্বান জিম মালিক সন্থাৰ
author img

By

Published : Jun 1, 2020, 4:33 PM IST

গুৱাহাটী, 1 জুন : সমগ্ৰ দেশৰতে লক​ ডাউনৰ বাবে ২৪ মাৰ্চৰ পৰা বন্ধ হৈ আছে জিমসমূহ । যাৰ ফলত এতিয়া সংকটত পৰিছে জিমসমূহৰ মালিক সন্থাৰ লগতে শৰীৰ চৰ্চাবিদসকল। সোমবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি চৰকাৰলৈ সহায়ৰ আহ্বান জনাই জিমৰ মালিক সন্থাই ৷ এই সংবাদ মেলখনত অসমৰ আগশাৰীৰ শৰীৰ চৰ্চাবিদ গোলাপ ৰাভা,গৌতম কলিতাৰ লগতে অচ্যুত কলিতাও উপস্থিত থাকে ।

সংকটত ৰাজ্যৰ জিম মালিকসন্থাৰ লগতে শৰীৰ চৰ্চাবিদসকল
লগতে পঢ়কঃ গুপ্ত হত্যাৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিছে নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল!

সমগ্ৰ অসমতে প্ৰায় ৫০ হাজাৰ লোক জিমৰ লগত জড়িত হৈ আছে ৷ অৰ্থাৎ তেওঁলোকৰ পৰিয়ালসকলৰ সৈতে ৰাজ্যৰ জিম খণ্ডটোত ১ ৰ পৰা ২ লাখ লোক পৰোক্ষভাৱে নিৰ্ভৰশীল। গতিকে বৰ্তমান সময়ত জিমসমূহ বন্ধ হৈ থকাৰ ফলত কেবাটাও পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। সেয়ে চৰকাৰক বিষয়টো বুজি জিমসমূহ খোলা দিবলৈ নিৰ্দেশ প্ৰদানৰ আহ্বান জনাই মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.