ETV Bharat / state

আঠ মিনিটত পাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ! - গুৱাহাটী-উত্তৰ গুৱাহাটী

যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰ খনতো নতুন সংযোজন ঘটিব। এবাৰতে 30 জন যাত্ৰী পাৰ হ'ব পৰা উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে দেশৰ ভিতৰতে দীঘল বুলি উল্লেখ বিভাগীয় কৰ্তৃপক্ষৰ ৷

প্ৰায় সম্পূৰ্ণ গুৱাহাটীৰ ৰ'পৱেৰ কাম
author img

By

Published : Sep 1, 2019, 7:25 PM IST

গুৱাহাটী, 1 চেপ্তেম্বৰঃ মহানগৰ তথা উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ ৷ যাতায়ত ব্যৱস্থা সুচল হ'ব গুৱাহাটী উত্তৰ-গুৱাহাটী পথৰ ৷ কিয়নো ইতিমধ্যে 90 শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী ৰ'পৱেৰ কাম ৷ গুৱাহাটীৰ পৰা আঠ মিনিটত ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ গুৱাহাটী পাব গৈ ৰ'পৱে যাত্ৰীসকল । যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰ খনতো নতুন সংযোজন ঘটিব । এবাৰতে 30 জন যাত্ৰী পাৰ হ'ব পৰা উত্তৰ গুৱাহাটী সংযোগী ৰপৱে দেশৰ ভিতৰতে দীঘল বুলি উল্লেখ বিভাগীয় কৰ্তৃপক্ষৰ ৷ আনহাতে, 2008 চনতে আৰম্ভ হৈছিল ৰ'পৱেৰ কাম । দুই কিলোমিটাৰ দৈর্ঘৰ এই ৰ'পৱেৰ কাম যাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চুইজাৰলেণ্ডৰ পৰা অভিযন্তা অহাৰ পাচতে মুকলি কৰা হ'ব ৷

Intro:মহানগৰীৰ জনসাধাৰণৰ বাবে আহিব অহা মাহতে যাতায়ত ব্যৱস্থা সুচল হোৱাৰ আন এক ভাল খবৰ। যাতায়ত ব্যৱস্থা সুচল হব গুৱাহাটী-উত্তৰ গুৱাহাটী পথৰ । গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী ৰ'পৱেৰ 90 শতাংশ কাম সম্পূৰ্ণ হৈছে ইতিমধ্যেই। গুৱাহাটীৰ পৰা আঠ মিনিটত ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ গুৱাহাটী পাব গৈ ৰপৱে যাত্ৰী সকল। যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰ খনতো নতুন সংযোজন ঘটিব। এবাৰতে 30 জন যাত্ৰী পাৰ হব পৰা উত্তৰ গুৱাহাটী সংযোগী ৰপৱে দেশৰ ভিতৰতে দীঘল হব।

Body:গুৱাহাটীৰ পৰা পৰিচালনা হব ৰপৱে যাত্ৰা । বহু প্ৰত্যাশাৰ অন্তত সুচল হব যাতায়ত ব্যৱস্থা জনসাধাৰণৰ বাবে। 2008 চনতে আৰম্ভ হৈছিল ৰপৱেৰ কাম। দুইকিলোমিটাৰ দৈর্ঘৰ এই ৰপৱে কাম শেষ হোৱাৰ পথত যেন এতিয়া আৰু দুমাহৰ পিছতে মুকলি কৰিব যাত্ৰী সকলৰ বাবে ।
Bite:- ইঞ্জিনীয়াৰ।
যাত্ৰী সকলৰ বাবে সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবৰ বাবে চুইজাৰলেণ্ডৰ পৰা ইঞ্জিনীয়াৰ অহাৰ পিছতে মুকলি কৰা হব ৰপৱে।

Conclusion:গুৱাহাটী -উত্তৰ গুৱাহাটীত সংযোগী ৰপৱে পথ মুকলি কৰাৰ পিছতে ৰাজ্যত যাতায়ত ক্ষেত্ৰ খনত সূচনা হব নতুন দিগন্ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.